নগাওঁ,5 ডিচেম্বৰঃ উলুৱনী আৰক্ষীয়ে এক বিশেষ অভিযানযোগে আটক কৰে দুটাকৈ দুধৰ্ষ ডকাইত । কলিয়াবৰৰ চুলুঙত বুধবাৰে নিশা ডকাইতি সংঘটিত কৰাৰ পৰিকল্পনাৰে থিতাপি লওঁতেই আৰক্ষীয়ে ডকাইত দুটাক আটক কৰিবলৈ সক্ষম হয় । ধৃত ডকাইত দুটা হৈছে নয়ন ওৰফে চাদ্দাম হুছেইন আৰু চুলেমান ওৰফে সমীৰ আলি । দুয়োৰে ঘৰ তেজপুৰত বুলি জানিব পৰা গৈছে ৷ ধৃত চাদ্দাম আৰু সমীৰৰ পৰা ডকাইতি কাৰ্যত ব্যৱহৃত এ. এচ. ১২ আৰ ১৬৬৮ নম্বৰৰ ৰয়েল এনফিল্ড বাহনখন আৰু বহু আপত্তিজনক সা- সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে ।
উলুৱনী আৰক্ষীৰ জালত দুই দুধৰ্ষ ডকাইত - উলুৱনী আৰক্ষীৰ জালত দুই দুধৰ্ষ ডকাইত
উলুৱনী আৰক্ষীৰ তৎপৰতাত ৰোধ ডকাইতিৰ পৰিকল্পনা ৷ উলুৱনী আৰক্ষীৰ জালত দুই দুধৰ্ষ ডকাইত ৷

উলুৱনী আৰক্ষীৰ জালত দুই দুধৰ্ষ ডকাইত
নগাওঁ,5 ডিচেম্বৰঃ উলুৱনী আৰক্ষীয়ে এক বিশেষ অভিযানযোগে আটক কৰে দুটাকৈ দুধৰ্ষ ডকাইত । কলিয়াবৰৰ চুলুঙত বুধবাৰে নিশা ডকাইতি সংঘটিত কৰাৰ পৰিকল্পনাৰে থিতাপি লওঁতেই আৰক্ষীয়ে ডকাইত দুটাক আটক কৰিবলৈ সক্ষম হয় । ধৃত ডকাইত দুটা হৈছে নয়ন ওৰফে চাদ্দাম হুছেইন আৰু চুলেমান ওৰফে সমীৰ আলি । দুয়োৰে ঘৰ তেজপুৰত বুলি জানিব পৰা গৈছে ৷ ধৃত চাদ্দাম আৰু সমীৰৰ পৰা ডকাইতি কাৰ্যত ব্যৱহৃত এ. এচ. ১২ আৰ ১৬৬৮ নম্বৰৰ ৰয়েল এনফিল্ড বাহনখন আৰু বহু আপত্তিজনক সা- সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে ।
Two Veteran Dacoits Arrested at Kaliabor

Intro:উলুৱনী আৰক্ষীৰ জালত দুই দুধৰ্ষ ডকাইত
আৰক্ষীৰ তৎপৰতাত ডকাইটি পৰিকল্পনাত চেচা পানীBody:উলুৱনী আৰক্ষীৰ জালত দুই দুধৰ্ষ ডকাইত। কলিয়াবৰৰ চুলুঙত বুধবাৰে নিশা ডকাইতি সংঘটিত কৰাৰ পৰিকল্পনাৰে থিতাপি লওঁতেই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় দুই গভাইত ডকাইতক। ধৃত দুই গভাইত ডকাইত হ'ল নয়ন ওৰফে চাদ্দাম হুছেইন আৰু চুলেমান ওৰফে সমীৰ আলি। ধৃত দুয়োৰে ঘৰ তেজপুৰত। ধৃত চাদ্দাম আৰু সমীৰৰ পৰা ডকাইতি কাৰ্যত ব্যৱহৃত এ. এচ. ১২ আৰ. ১৬৬৮ নম্বৰৰ ৰয়েল এনফিল্ড বাহনখন আৰু বহু আপত্তিজনক সা- সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে।Conclusion:visuals
bite