ETV Bharat / state

পানীত পৰি দুই শিশুৰ সলিল সমাধি - জুৰীয়া দগাঁওত মৰ্মান্তিক ঘটনা

ৰূপহীহাটৰ জুৰীয়া দগাঁৱত অঘটন ৷ খেলি থকা অৱস্থাতে পানীত পৰি সলিল সমাধি দুই শিশুৰ ৷

Two child Dead For Drown in Pond
Two child Dead For Drown in Pond
author img

By

Published : Aug 12, 2020, 10:26 PM IST

ৰূপহীহাট, 12 আগষ্ট: ৰূপহীহাটৰ জুৰীয়া দগাঁৱত এক শোকাৱহ ঘটনা ৷ পানীত পৰি মৃত্যু দুই শিশুৰ ৷ মৃত্যু হোৱা দুই শিশু ক্ৰমে মামনি বেগম (10) আৰু মৌচুমী বেগম(11) ৷ দগাঁৱত বুধবাৰে সন্ধিয়া সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো ।

পানীত পৰি দুই শিশুৰ সলিল সমাধি
পানীত পৰি দুই শিশুৰ সলিল সমাধি

একে গাঁৱৰে শিশু দুটিয়ে ঘৰৰ ওচৰতে পুখুৰীৰ পাৰত খেলি থাকোতে পানীত পৰি মৃত্যু হয় ।

পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাৰ পিছত পুখুৰীত মৃত অৱস্থাত উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ । ঘটনাস্থলীত দগাঁও আৰক্ষী উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে ।

লগতে চাওক-ৰঙিয়া ষ্টেট বেংকৰ দুগৰাকীকৈ বিষয়া আক্ৰান্ত COVID-19ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.