ETV Bharat / state

জুৰীয়াত পৰাগ ভূঞা আৰু প্ৰসন্ন খাটনীয়াৰলৈ শ্ৰদ্ধাঞ্জলি

author img

By

Published : Nov 13, 2020, 10:26 PM IST

কাকপথাৰৰ প্ৰয়াত জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞা আৰু জুৰীয়াৰ প্ৰাক্তন ছাত্ৰ নেতা তথা অসম আন্দোলনৰ সক্ৰিয় কৰ্মী প্ৰসন্ন খাটনীয়াৰৰ অকাল মৃত্যুক লৈ জুৰীয়াৰ সংবাদ ক্লাৱ আৰু ৱাটচএপ গ্ৰুপ 'একেখন নাৱৰে যাত্ৰী'ৰ যৌথ উদ্যোগত শুকুৰবাৰে জুৰীয়া জোনাকী পুথিভঁৰালত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ৷

tribute-to-parag-bhuyan-and-prasanna-khataniyar
জুৰীয়াত পৰাগ ভূঞা আৰু প্ৰসন্ন খাটনীয়াৰলৈ শ্ৰদ্ধাঞ্জলি

চামগুৰি, 13 নৱেম্বৰ: কাকপথাৰৰ প্ৰয়াত জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞা আৰু জুৰীয়াৰ প্ৰাক্তন ছাত্ৰ নেতা তথা অসম আন্দোলনৰ সক্ৰিয় কৰ্মী প্ৰসন্ন খাটনীয়াৰৰ অকাল মৃত্যুক লৈ জুৰীয়াৰ সংবাদ ক্লাৱ আৰু ৱাটচএপ গ্ৰুপ 'একেখন নাৱৰে যাত্ৰী'ৰ যৌথ উদ্যোগত শুকুৰবাৰে জুৰীয়া জোনাকী পুথিভঁৰালত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ৷ উক্ত অনুষ্ঠানত জুৰীয়া শাখা আঞ্চলিক ছাত্ৰ সন্থা, জুৰীয়া প্ৰেছ ক্লাৱ, জুৰীয়া সমন্বয় গোষ্ঠীয়েও শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ জুৰীয়া জোনাকী পুথিভঁৰাল প্ৰাংগণত বন্তি প্ৰজ্বলনৰ লগতে এক মিনিট মৌন প্ৰাৰ্থনাৰে দুয়োগৰাকীৰ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰা হয় ৷

লগতে পঢ়ক: ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ এটা নৱনিৰ্মিত ভৱনৰ উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.