ETV Bharat / state

নগাঁৱৰ কলিয়াবৰ মহাবিদ্যালয়ত "থ্ৰেছটেগ ছেলেঞ্জ" - থ্ৰেছটেগ চেলেঞ্জ

'থ্ৰেছটেগ চেলেঞ্জ'ৰ জৰিয়তে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে গঢ়ি তুলিছে ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিস্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত সজাগতা অভিযান ।

নগাঁৱৰ কলিয়াবৰ মহাবিদ্যালয়ত "থ্ৰেছটেগ ছেলেঞ্জ"
author img

By

Published : May 2, 2019, 11:44 PM IST

কলিয়াবৰ,২ মেঃ সৰ্বসাধাৰণৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিস্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি সজাগ কৰিবলৈ অসম চৰকাৰৰ জনস্বাস্থ্য বিভাগে 'থ্ৰেছটেগ চেলেঞ্জ' নামৰ এক অভিযান আৰম্ভ কৰিছে।

etv_bharat_assam
নগাঁৱৰ কলিয়াবৰ মহাবিদ্যালয়ত "থ্ৰেছটেগ ছেলেঞ্জ"

নগাঁও জিলাৰ ভালেকেইখন মহাবিদ্যালয়ক সামৰি লোৱা হৈছে এই থ্ৰেছটেগ ছেলেঞ্জৰ জৰিয়তে।এই অভিযানৰ অন্তৰ্গত কলিয়াবৰ মহাবিদ্যালয়তো বৃহস্পতিবাৰে এক চাফাই অভিযান সম্পন্ন হয়।কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ হৈ জয়ন্ত কুমাৰ শৰ্মাই তদাৰক কৰা কলিয়াবৰ মহাবিদ্যালয়ৰ এটা ছাত্ৰৰ দলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Intro:অসম চৰকাৰৰ জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ 'থ্ৰেছটেগ চেলেঞ্জ'
ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিস্কাৰ পৰিচ্ছন্নতাৰ সজাগতা অভিযান
জিলা পানী আৰু অনাময় সমিতি, নগাঁও আৰু স্বচ্ছ ভাৰত অভিযান (গ্ৰামীন)ৰ সহযোগিতাত এই অভিযানBody:সৰ্বসাধাৰণৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিস্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি সজাগ কৰিবলৈ অসম চৰকাৰৰ জনস্বাস্থ‍্য কাৰিকৰী বিভাগে 'থ্ৰেছটেগ চেলেঞ্জ' নামৰ এক অভিযান আৰম্ভ কৰিছে। নগাঁও জিলাৰ ভালেকেইখন মহাবিদ‍্যালয়ক সামৰি লোৱা হৈছে। এই অভিযানৰ অন্তৰ্গত কলিয়াবৰ মহাবিদ‍্যালয়তো বৃহস্পতি বাৰে এক চাফাই অভিযান জিলা পানী আৰু অনাময় সমিতি, নগাঁও আৰু স্বচ্ছ ভাৰত অভিযান (গ্ৰামীন)ৰ সহযোগত এক চাফাই অভিযান সম্পন্ন হয়। কলিয়াবৰ জনস্বাস্থ‍্য কাৰিকৰী সংমণ্ডলৰ হৈ জয়ন্ত কুমাৰ শৰ্মাই তদাৰক কৰি এই কাৰ্য‍্যসূচীত কলিয়াবৰ মহাবিদ‍্যালয়ৰ এটা ছাত্ৰ দলে অংশগ্ৰহণ কৰে।Conclusion:photos
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.