ETV Bharat / state

নগাঁৱত এআইইউডিএফৰ সভাত উত্তপ্ত পৰিস্থিতি

বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে দলীয় কৰ্মীক আক্ৰমণৰ অভিযোগ উত্থাপন

নগাঁৱত এআইইউডিএফৰ সভাত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Aug 28, 2019, 1:45 PM IST

Updated : Aug 28, 2019, 2:01 PM IST

নগাঁও, 28 আগষ্টঃ

  • এ আই ইউ ডি এফৰ সভাত উত্তপ্ত পৰিস্থিতি।
  • বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে দলীয় কৰ্মীক আক্ৰমণৰ অভিযোগ।
    নগাঁৱত এআইইউডিএফৰ সভাত উত্তপ্ত পৰিস্থিতি
  • বিধায়ক আমিনুলৰ আক্ৰমণত আহত দলীয় কৰ্মী।
  • আহত দলীয় কৰ্মী মোবাৰক আলী ,হবিবোৰ ৰহমানকে ধৰি কেইবাজনো কৰ্মী।
  • আমিনুল ইছলামৰ গাড়ীত দলীয় কৰ্মীৰ আক্ৰমণ।
  • ঘটনাস্থলীৰ পৰা পলায়ন বিধায়ক আমিনুলৰ।
    এআইইউডিএফৰ সভাত উত্তপ্ত পৰিস্থিতি

এ আই ইউ ডি এফ ৰ সভাত উত্তপ্ত পৰিস্থিতি। বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে দলীয় কৰ্মীক আক্ৰমণৰ অভিযোগ। বিধায়ক আমিনুলৰ আক্ৰমণত আহত দলীয় কৰ্মী। আহত দলীয় কৰ্মী মোবাৰক আলী হবিবোৰ ৰহমানকে ধৰি কেইবাজনো কৰ্মী। আমিনুল ইছলামৰ গাড়ীত দলীয় কৰ্মীৰ আক্ৰমণ। ঘটনাস্থলীৰ পৰা পলায়ন বিধায়ক আমিনুলৰ।
Last Updated : Aug 28, 2019, 2:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.