ETV Bharat / state

নিৰ্দয় শিক্ষক; আহত ছাত্ৰী - শাৰীৰিক অত্যাচাৰ

প্ৰতিদিনেই ছাত্ৰ-ছাত্ৰীক শাৰীৰিক অত্য়াচাৰ চলোৱাৰ অভিযোগ শিক্ষকজনৰ বিৰুদ্ধে

বটদ্ৰৱাত শিক্ষকৰ প্ৰহাৰত আহত ছাত্ৰী
author img

By

Published : Apr 3, 2019, 10:15 PM IST

বটদ্ৰৱা,৩ এপ্ৰিলঃ চেকনিৰ আগত বিদ্যাৰ পৰিৱৰ্তে বৰ্তমান শিশুকেন্দ্ৰিক শিক্ষা ব্য়ৱস্থাৰ প্ৰচলন হৈ থকাৰ সময়তে শিক্ষকৰ প্ৰহাৰত এগৰাকী কণমাণি ছাত্ৰী আহত হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বটদ্ৰৱাত । বটদ্ৰৱাৰ সমীপৰ জুৰীয়া গৰৈমাৰীৰ জুৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত গৰৈমাৰীপাম মুক্তাব বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা ।

etv assam
বটদ্ৰৱাত শিক্ষকৰ প্ৰহাৰত আহত ছাত্ৰী
বিদ্যালয়খনৰ সহকাৰী শিক্ষক বসন্ত কুমাৰ শইকীয়াৰ নিৰ্মম প্ৰহাৰত আহত হোৱাৰ অভিযোগ এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্রী । বিদ্যালয়ত পাঠদান চলি থকাৰ সময়ত শিক্ষকৰ গুৰুলা গুৰুল প্ৰহাৰত আহত হয় তৃতীয় শ্ৰেণীৰ ছাত্রী ফুৰহিনা খাতুন । ছাত্ৰ ছাত্ৰীৰ অভিযোগ শিক্ষক বসন্ত শইকীয়াই বিদ্যালয়ত ছাত্ৰ ছাত্ৰী সকলৰ ওপৰত প্ৰতিদিনেই চলাই আহিছে শাৰীৰিক অত্যাচাৰ ।
বটদ্ৰৱাত শিক্ষকৰ প্ৰহাৰত আহত ছাত্ৰী

শ্ৰেণী কোঠাত হুলস্থুল কৰাৰ বাবেই শিক্ষক বসন্ত কুমাৰ শইকীয়াই নিৰ্দয়ভাৱে হাত,ভৰি,পিঠিত প্ৰহাৰ কৰাত ফুৰহিনাৰ লগতে আহত হয় আন কেইবাগৰাকী ছাত্ৰী। কনমাণি ছাত্ৰী ফুৰহিনাৰ আঘাত গুৰুতৰ হৈ পৰাত চিকিৎসাধীন হ'ব লগা হয় । ঘটনা সন্দৰ্ভত ছাত্ৰী কেইগৰাকীৰ অভিভাৱকে শিক্ষক বসন্ত কুমাৰ শইকীয়াৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ । স্থানীয় ৰাইজ আৰু দল সংগঠনৰ দাবী বিদ্যালয়ৰ শ্ৰেনী কোঠাত তালিবানীশাস্তি প্রদান কৰা সহকাৰী শিক্ষক বসন্ত কুমাৰ শইকীয়াক শিক্ষা বিভাগে দিয়ক দৃষ্টান্তমূলক শাস্তি ।

Intro:গুৰুলা গুৰুলাকৈ শিক্ষকৰ প্ৰহাৰত আহত কনমাণি ছাত্ৰী । থানত গোচৰ ৰুজু ।Body:চেকনিৰ আগত বিদ্যা নিতীৰ পৰিবৰ্তে বৰ্তমান শিশু কেন্দ্ৰিক শিক্ষা ব্যৱস্থা প্ৰচলিত হৈ থকাৰ সময়তে বটদ্ৰৱাৰ সমীপৰ জুৰীয়াৰ গৰৈমাৰিত শিক্ষকৰ প্ৰহাৰত কনমাণি ছাত্ৰী এগৰাকী আহত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত । ছাত্ৰ ছাত্ৰীক শাৰিৰীক ভাবে প্ৰহাৰ কৰাটো অপৰাধ বুলি গন্য কৰাৰ সময়তে জুৰীয়া খণ্ড প্ৰথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ এলেকাধিন গৰৈমাৰি পাম মুক্তাব বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। বিদ্যালয়খনৰ সহকাৰী শিক্ষক বসন্ত কুমাৰ শইকীয়াৰ নিৰ্মম প্ৰহাৰত আহত হোৱাৰ অভিযোগ তৃতীয় শ্ৰেণীৰ ছাত্রী এগৰাকী । ছাত্ৰ ছাত্ৰীৰ অভিযোগ বিদ্যালয়ত ছাত্ৰ ছাত্ৰী সকলৰ উপৰত প্ৰতিদিনেই চলাই আহিছে শিক্ষক বসন্ত শইকীয়াই শাৰীৰিক অত্যাচাৰ । বিদ্যালয়ত পাঠদান চলি থকাৰ সময়ত এই গৰাকী শিক্ষকৰ গুৰুলা গুৰুল প্ৰহাৰত আহত হয় তৃতীয় শ্ৰেণীৰ ছাত্রী ফুৰহিনা খাতুন ৷ শ্ৰেনী কোঠাত হুলস্থূল কৰাৰ বাবেই শিক্ষক বসন্ত কুমাৰ শইকীয়াই নিৰ্দয় ভাবে হাত, ভৰি,পিঠিত কৰা প্ৰহাৰত ছাত্ৰী ফুৰহিনাৰ লগতে আন কেইবাগৰাকী ছাত্ৰী আঘাত প্ৰাপ্ত হয় ৷ কনমানি ছাত্ৰী ফুৰহিনাৰ আঘাত গুৰুতৰ হৈ পৰাত চিকিৎসাধীন হব লগা হয় । ঘটনা সন্দৰ্ভত ছাত্ৰী কেইগৰাকীৰ অভিভাৱকে শিক্ষক বসন্ত কুমাৰ শইকীয়াৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ । স্থানীয় ৰাইজৰ আৰু দল সংগঠনৰ দাবী বিদ্যালয়ৰ শ্ৰেনী কোঠাত তালিবানি শাস্তি প্রদান কৰা সহকাৰী শিক্ষক বসন্ত কুমাৰ শইকীয়াক শিক্ষা বিভাগে দিয়ক দৃষ্টান্তমূলক উৎচিত শাস্তি ।______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.