ETV Bharat / state

হোমেন বৰগোহাঞি আৰু সূৰ্য্য দাসলৈ শ্বহীদ কৰম সিংহ বঁটা

বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি আৰু গণশিল্পী সূৰ্য্য দাসলৈ শ্বহীদ কৰম সিংহ জন্মভূমি বঁটা । বঁটা গ্ৰহণ কৰি গণশিল্পী সূৰ্য্য দাসৰ আৱেগিক ভাষণ । বিপ্লৱ হ'বলৈ জুই জ্বলিব লাগিব গাঁৱসমূহত। বিপ্লৱ হলে বিস্ফোৰণ হ'বই লাগিব ।

author img

By

Published : Feb 9, 2020, 5:58 PM IST

শ্বহীদ কৰম সিংহ বঁটা
হোমেন বৰগোহাঞি আৰু সূৰ্য্য দাসলৈ শ্বহীদ কৰম সিংহ বঁটা

নগাঁও, 9 ফেব্ৰুৱাৰীঃ যশস্বী সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞি আৰু গণশিল্পী সূৰ্য্য দাসলৈ আগবঢ়োৱা হয় শ্বহীদ কৰম সিংহ জনমভূমি বঁটা । শনিবাৰে নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শ্বহীদ কৰম সিংহ বঁটা প্ৰদান কৰে ডিব্ৰুগড় জিলাৰ দুলিয়াজনৰ শ্বহীদ কৰম সিংহ ন্যাসে । অসম আন্দোলনৰ শ্বহীদ কৰম সিংহৰ নামত প্ৰদান কৰা বঁটা গ্ৰহণ কৰি আৱেগিক ভাষণ গণশিল্পী সূৰ্য্য দাসৰ ।

শেহতীয়া নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত থকা CAA বিৰোধী আন্দোলনক লৈ মন্তব্য কৰে গণশিল্পী সূৰ্য্য দাসে । সহজ সৰল অসমীয়া জাতিয়ে তাহানিৰ দিনৰ পৰাই নিজৰ প্ৰাপ্যৰ বাবে কৰি আহিছে আন্দোলন । ৰাষ্ট্ৰযন্ত্ৰই শোষণ কৰি আহিছে সহজ সৰল অসমীয়াক । CAA বিৰোধী আন্দোলনৰ পাঁচগৰাকী শ্বহীদক সুঁৱৰি সূৰ্য্য দাসে কয়, "আৰু হাজাৰজন শ্বহীদ হ'ব লাগিব । ঘৰে ঘৰে, গাঁৱে গাঁৱে জুই জ্বলিব লাগিব । সেয়াহে বিপ্লৱ । বিপ্লৱ হ'বলৈ বিস্ফোৰণ হ'ব লাগিব ।" অনুষ্ঠানত বিশিষ্ট গৱেষক পণ্ডিত ড0 নৰেন কলিতা, বিশিষ্ট সাহিত্যিক ড0 নগেন শইকীয়া, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য ড0 কন্দৰ্প কুমাৰ ডেকা, শ্বহীদ কৰম সিংহ ন্যাসৰ সভাপতি জগদীশ সিংহ ৰিজু, উপদেষ্টা ড0 নন্দসিং বৰকলা উপস্থিত থাকে ।

আৰু পঢ়কঃ দেওবাৰে কেৰেলাৰ বানপীড়িত লোকৰ বাবে নিৰ্মিত 121 টা ঘৰৰ চাবি অৰ্পণ কৰিব ইনাডু-ৰামোজী গোটে

Intro:বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি আৰু গণশিল্পী সূৰ্য্য দাসলৈ শ্বহীদ কৰম সিংহ জন্মভূমি বঁটা। বঁটা গ্ৰহণ কৰি গণশিল্পী সূৰ্য্য দাসৰ আৱেগিক ভাষণ। বিপ্লৱ হবলৈ জুই জ্বলিব লাগিব গাঁৱে গাঁৱে। বিপ্লৱ হলে বিস্ফোৰণ হবই লাগিব।

Body:যশস্বী সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞি আৰু গণশিল্পী সূৰ্য্য দাসলৈ আগবঢ়োৱা হয় শ্বহীদ কৰম সিংহ জনমভূমি বঁটা। শনিবাৰে নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শ্বহীদ কৰম সিংহ বঁটা প্ৰদান কৰে ডিব্ৰুগড় জিলাৰ দুলিয়াজনৰ শ্বহীদ কৰম সিংহ ন্যাসে। অসম আন্দোলনৰ শ্বহীদ কৰম সিংহৰ নামত প্ৰদান কৰা বঁটা গ্ৰহণ কৰি আৱেগিক ভাষণ গণশিল্পী সূৰ্য্য দাসৰ। শেহতীয়া নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত থকা কা বিৰোধী আন্দোলনক লৈ গণশিল্পী সূৰ্য্য দাসৰ মন্তব্য। সহজ সৰল অসমীয়া জাতিয়ে তাহানিৰ দিনৰ পৰাই নিজৰ প্ৰাপ্যৰ বাবে কৰি আহিছে আন্দোলন। ৰাষ্ট্ৰযন্ত্ৰই শোষণ কৰি আহিছে সহজ সৰল অসমীয়াক। কা বিৰোধী আন্দোলনৰ পাঁচগৰাকী শ্বহীদক সুঁৱৰি সূৰ্য্য দাসৰ মন্তব্য। আৰু হাজাৰজন শ্বহীদ হব লাগিব। ঘৰে ঘৰে, গাঁৱে গাঁৱে জুই জ্বলিব লাগিব। সেয়াহে বিপ্লৱ। বিপ্লৱ হবলৈ বিস্ফোৰণ হব লাগিব। অনুষ্ঠানত বিশিষ্ট গৱেষক পণ্ডিত ডঃ নৰেন কলিতা, বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়া, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য ডঃ কন্দৰ্প কুমাৰ ডেকা, শ্বহীদ কৰম সিংহ ন্যাসৰ সভাপতি জগদীশ সিংহ ৰিজু, উপদেষ্টা ডঃ নন্দসিং বৰকলা উপস্থিত থাকে।
bite
---------------/-----------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৮-২-২০

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.