ETV Bharat / state

কলিয়াবৰত সন্দেহযুক্ত আলফা লিংকমেন গ্ৰেপ্তাৰ

নিতু বৰা নামৰ যুৱক এজনে ফেচবুক আৰু ম'বাইল ফোনৰ যোগে দি আলফাৰ সৈতে যোগাযোগ ৰক্ষা কৰা প্ৰমান লাভ কৰাৰ কথা প্ৰকাশ কৰিছে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে ৷

author img

By

Published : Jan 15, 2020, 2:14 PM IST

Suspected ULFA Linkman Arrested
আলফা লিংকমেন গ্ৰেপ্তাৰ

কলিয়াবৰ, 15 জানুৱাৰীঃ ভোগালী বিহুৰ উৰুকাৰ নিশা কলিয়াবৰ আৰক্ষীয়ে এজন সন্দেহযুক্ত আলফা লিংকমেন গ্ৰেপ্তাৰ কৰে৷ আটকাধীন লোকজন কলিয়াবৰৰ বালিদুৱাৰ গাঁৱৰ নিতু বৰা বুলি জানিব পৰা গৈছে৷ সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ৰ লগত যোগাযোগ থকাৰ সন্দেহত নিজ বাসভৱনৰ পৰাই নিতুক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷

আলফা লিংকমেন গ্ৰেপ্তাৰ

উল্লেখ্য যে অভিযুক্ত নিতুয়ে আলফা স্বাধীনৰ কেডাৰৰ লগত ফেচবুক আৰু ফোনযোগে যোগাযোগ ৰক্ষা কৰাৰ উপযুক্ত প্ৰমান পাইছে বুলি কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে প্ৰকাশ কৰিছে ৷ আৰক্ষীৰ সূত্ৰৰ মতে 'অভয় অসম'ৰ ওৰফে কৃষ্ণ গগৈৰ নামত থকা ফেচবুক একাউণ্টৰ লগত যোগাযোগৰ উপযুক্ত তথ্য প্ৰমান কলিয়াবৰ আৰক্ষীয়ে লাভ কৰিছে ৷ কেৰালাত কৰ্ম সূত্ৰে থকা নিতু যোৱা 25 দিন ধৰি কলিয়াবৰৰ নিজ গৃহতে আছিল ৷

লগতে পঢ়ক - ছয়গাঁৱৰ অক্ষয় বড়োৱে লাভ কৰিলে ৰূপৰ পদক

Intro:সন্দেহযুক্ত আলফা লিঙ্কমেন গ্ৰেপ্তাৰ

লোকজনক কলিয়াবৰৰ বালিদুৱাৰ গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে কলিয়াবৰ আৰক্ষীয়েBody:ভোগালী বিহুৰ উৰুকাৰ নিশা কলিয়াবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন সন্দেহযুক্ত আলফা লিঙ্কমেনক। কিছুদিনৰ পৰা সামাজিক মাধ‍্যম ফেচবুকৰ আপত্তিজনক মন্তব‍্যৰ আঁত ধৰি কলিয়াবৰৰ বালিদুৱাৰ গাঁৱৰ পৰা নিতু বৰা নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ৰ লগত যোগাযোগ থকাৰ সন্দেহত কালি নিশা নিজ বাসভৱনৰ পৰাই নিতুক গ্ৰেপ্তাৰ কৰে। প্ৰথমে ফেছবুক যোগে আলফা স্বাধীনৰ কেডাৰৰ লগত যোগাযোগ হোৱাৰ পিচত ম'বাইল ফোন যোগেও নিতুৰ লগত যোগাযোগ ৰক্ষা কৰা উপযুক্ত প্ৰমান পাইছে বুলি কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে প্ৰকাশ কৰিছে। আৰক্ষী সূত্ৰে মতে 'অভয় অসম'ৰ ওৰফে কৃষ্ণ গগৈৰ নামত থকা ফেচবুক একাউণ্টৰ লগত যোগাযোগৰ উপযুক্ত তথ‍্য-প্ৰমান কলিয়াবৰ আৰক্ষীয়ে লাভ কৰিছে।
পৰিয়ালৰ মতে, কেৰালাত কৰ্ম সূত্ৰে থকা নিতু যোৱা পশ্চিশ দিন ধৰি কলিয়াবৰৰ নিজ গৃহতে আছিল।Conclusion:Visuals
Bites
1. SDPO
2. Mother/Wife
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.