ETV Bharat / state

সদৌ অসম ভিত্তিক 'সুৰৰ নিজৰা ২০২০' - সদৌ অসম ভিত্তিত সংগীত প্ৰতিযোগিতা

অসমৰ চুকে-কোণে, নগৰে-চহৰে, গাঁৱে ভূঞে থকা সুপ্ত প্ৰতিভা বিকাশৰ বাবে নগাঁৱত সদৌ অসম ভিত্তিত অনুষ্ঠিত হ'ব এই সংগীত প্ৰতিযোগিতা । এই সদৌ অসম ভিত্তিত সংগীত প্ৰতিযোগিতাখন নগাঁৱৰ লগতে তেজপুৰ আৰু গুৱাহাটীতো অনুষ্ঠিত হ'ব ৷

সদৌ অসম ভিত্তিক 'সুৰৰ নিজৰা ২০২০'
author img

By

Published : Nov 11, 2019, 2:35 AM IST

নগাঁও, 10 নৱেম্বৰঃ নগাঁৱত 'সুৰৰ নিজৰা ২০২০' শীৰ্ষক সদৌ অসম ভিত্তিত সংগীত প্ৰতিযোগিতা । অসমৰ চুকে-কোণে, নগৰে-চহৰে, গাঁৱে ভূঞে থকা সুপ্ত প্ৰতিভা বিকাশৰ বাবে নগাঁৱত সদৌ অসম ভিত্তিত অনুষ্ঠিত হ'ব এই সংগীত প্ৰতিযোগিতা । এই সদৌ অসম ভিত্তিত সংগীত প্ৰতিযোগিতাখন নগাঁৱৰ লগতে তেজপুৰ আৰু গুৱাহাটীতো অনুষ্ঠিত হ'ব । নগাঁও জিলাৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠনৰ সূৰ্য্যোদয়ৰ উদ্যোগত ৰেডিয়েল ক্লাৱৰ সহযোগত সদৌ অসম ভিত্তিত অনুষ্ঠিত হব ''সুৰৰ নিজৰা ২০২০'' শীৰ্ষক সংগীত প্ৰতিযোগিতা । আগন্তুক ৫ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া ''সুৰৰ নিজৰা ২০২০'' শীৰ্ষক এই অনুষ্ঠানৰ আয়োজন বাবে দেওবাৰে সূৰ্য্যদয়ৰ উদ্যোগত ৰেডিয়েল ক্লাৱৰ সহযোগত সম্বোধন কৰা হয় সংবাদমেলৰ । সংবাদমেলত উদ্যোক্তা সকলে "অসমৰ চুকে-কোণে, নগৰে-চহৰে, গাঁৱে ভূঞে সিচঁৰতি থকা সুপ্ত প্ৰতিভা বিকাশৰ বাবে ২০০৭ চনৰ পৰাই প্ৰস্তুতি অনুষ্ঠানৰ আৰম্ভ কৰিছিল ।

সদৌ অসম ভিত্তিক 'সুৰৰ নিজৰা ২০২০'

উল্লেখ্য যে, ২০১৪ চনত জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনে ''সুৰৰ নিজৰা'' নামৰ মঞ্চৰ পৰাই চুড়ান্ত খিতাপ দখল কৰিছিল । তাৰ পাচতে ২০১৫ চনত নাহিদ আফ্ৰিনে ইন্ডিয়ান আইডললৈ গৈ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় । ইফালে ২০১৬ চনত ৰিদিপ্তা শৰ্মায়ো এই মঞ্চৰ পৰাই খিতাপ দখল কৰি ২০১৭ বৰ্ষত The Voice India Kidsৰ মঞ্চত ৰেংক ৰাখি ৰাষ্ট্ৰীয় পৰ্য্যায়ত সুনাম ৰাখিবলৈ সক্ষম হয় । আগন্তুক পাঁচ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া এই সংগীতৰ প্ৰতিভা বিকাশৰ প্ৰতিযোগিতাখনত ৰাজ্যখনৰ কেইবাজনো স্বনামধন্য সংগীত শিল্পী উপস্থিত বুলি মন্তব্য কৰে ৷

Intro:নগাঁৱত 'সুৰৰ নিজৰা ২০২০' শীৰ্ষক সদৌ অসম ভিত্তিত সংগীত প্ৰতিযোগিতা। Body:অসমৰ চুকে কোণে নগৰে-চহৰে, গাঁৱে ভূঞে থকা সুপ্ত প্ৰতিভা বিকাশৰ বাবে নগাঁৱত সদৌ অসম ভিত্তিত অনুষ্ঠিত হব এক সংগীত প্ৰতিযোগিতা। এই সদৌ অসম ভিত্তিত সংগীত প্ৰতিযোগিতা খনি নগাঁৱৰ লগতে তেজপুৰ আৰু গুৱাহাটীতো অনুষ্ঠিত হব। নগাঁও জিলাৰ অগ্ৰনী স্বেচ্ছাসেৱী সংগঠনৰ সূৰ্য্যদয়ৰ উদ্যোগত ৰেডিয়েল ক্লাৱৰ সহযোগত সদৌ অসম ভিত্তিত অনুষ্ঠিত হব ''সুৰৰ নিজৰা ২০২০'' শীৰ্ষক সংগীত প্ৰতিযোগিতা। অহা ৫ জানুৱাৰীৰ পৰা আৰম্ভ হবলগীয়া ''সুৰৰ নিজৰা ২০২০'' শীৰ্ষক এই অনুষ্ঠানৰ আয়োজন বাবে দেওবাৰে সূৰ্য্যদয়ৰ উদ্যোগত ৰেডিয়েল ক্লাৱৰ সহযোগত আয়োজন কৰে এক সংবাদমেল। সংবাদমেলত উদ্যোক্তা সকলে "অসমৰ চুকে কোণে নগৰে-চহৰে, গাঁৱে ভূঞে সিচঁৰতি থকা সুপ্ত প্ৰতিভা বিকাশৰ বাবে ২০০৭ চনৰ পৰাই প্ৰস্তুতি অনুষ্ঠানৰ আৰম্ভ কৰিছিল। উল্লেখ্য যে ২০১৪ চনত জনপ্রিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনে ''সুৰৰ নিজৰা'' নামৰ মঞ্চৰ পৰাই চুড়ান্ত খিতাপ দখল কৰিছিল। আৰু সেই নাহিদ আফ্ৰিনে ২০১৫ চনত ইন্ডিয়ান আইডললৈ গৈ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ইফালে ২০১৬ চনত ৰিদিপ্তা শৰ্ম্মায়ো এই মঞ্চৰ পৰাই খিতাপ দখল কৰি ২০১৭ বৰ্ষত The Voice India Kidsৰ মঞ্চত ৰেংক ৰাখি ৰাষ্ট্ৰীয় পৰ্য্যায়ত সুনাম ৰাখিবলৈ সক্ষম হৈছিল। অহা পাঁচ জানুৱাৰীৰ পৰা আৰম্ভ হব লগিয়া এই সংগীতৰ প্ৰতিভা বিকাশৰ প্ৰতিযোগিতাখনত ৰাজ্যখনৰ কেইবাজনো স্বনামধন্য সংগীত শিল্পী উপস্থিত থাকি শুৱনি কৰিব মঞ্চ।_________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.