ETV Bharat / state

নগাঁৱত স্মৰণ বৃহত্তৰ অসমীয়া জাতি গঢ়োতা চাও লুঙ চুকাফাক - বাইপাছৰ সমীপত ভূমিদান

নগাঁৱতো উদযাপন চুকাফা দিৱস। টাই আহোম ছাত্ৰ সন্থাৰ নগাওঁ জিলা মুখ্য কাৰ্য্যালয়ৰ আধাৰশিলা স্থাপন।

নগাঁৱত স্মৰণ বৃহত্তৰ অসমীয়া জাতি গঢ়োতা চাও লুঙ চুকাফাক

author img

By

Published : Dec 2, 2020, 8:50 PM IST

নগাঁও,2 ডিচেম্বৰঃ সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো বুধবাৰে উদযাপন কৰা হয় চুকাফা দিৱস। টাই আহোম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত নগাঁৱৰ চকৰিগাঁৱত উদযাপন কৰে চুকাফা দিৱস । চুকাফা দিৱসৰ দিনটোতেই টাই আহোম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ মূখ্য কাৰ্য্যালয়ৰ আধাৰশিলাও স্থাপন কৰা হয় ।

নগাঁৱত স্মৰণ বৃহত্তৰ অসমীয়া জাতি গঢ়োতা চাও লুঙ চুকাফাক

উল্লেখযোগ্য যে, টাই আহোম ছাত্ৰ সন্থাৰ নগাঁও জিলা কাৰ্য্যালয় স্থাপনৰ বাবে বাইপাছৰ সমীপত ভূমিদান কৰে চিকিৎসক যোগেন্দ্ৰনাথ গোহাঁইয়ে। বুধবাৰে কাৰ্য্যালয়ৰ আধাৰশিলা স্থাপন কৰে নগাঁও জিলা অতিৰিক্ত উপায়ুক্ত দেবাহুতি বৰাই।

লগতে পঢ়কঃ কৃষি আইনৰ বিৰোধিতাৰে তিনিচুকীয়াত কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.