ETV Bharat / state

কপিলী নৈৰ বাঢ়নী পানীয়ে বুৰালে কামপুৰ, নিশা ৰাইজৰ হাহাকাৰ

আৱতৰীয়া বানে খহালে বঢ়মপুৰৰ কামপুৰৰ কপিলী নৈৰ মাথাউৰি ৷ কপিলী নদীৰ বাঢ়নি পানীয়ে ভয়াবহ ৰূপত খহাই নিলে কামপুৰৰ ভলভলীয়া গাঁৱৰ মাথাউৰি ৷

author img

By

Published : Oct 27, 2019, 11:51 PM IST

কপিলী নৈ বাঢ়নী পানীয়ে বুৰালে কামপুৰ

বঢ়মপুৰ, 27 অক্টোবৰঃ আৱতৰীয়া বানে খহালে বঢ়মপুৰৰ কামপুৰৰ কপিলী নৈৰ মাথাউৰি ৷ কপিলী নদীৰ বাঢ়নি পানীয়ে ভয়াবহ ৰূপত খহাই নিলে কামপুৰৰ ভলভলীয়া গাঁৱৰ মাথাউৰি ৷ ইয়াৰ ফলত জলমগ্ন হৈ পৰে সমগ্ৰ কামপুৰ অঞ্চল ৷ এতিয়া পানীৰ মাজত আৱদ্ধ কামপুৰৰ ভলভলীয়া গাঁৱৰ কেইবাটাও পৰিয়াল ৷ উদ্ধাৰ কাৰ্যত নামি পৰিছে কামপুৰৰ যুৱক সমাজ ৷ এতিয়ালৈ প্ৰশাসনৰ কোনোধৰণৰ সহায় লাভ কৰা নাই বুলি ক্ষোভ প্ৰকাশ বানাক্ৰান্তৰ ৷ ইফালে বাৰেগোগা মাথাউৰিটোৰ ওপৰৰে পানী বাগৰি যোৱাত যিকোনো মুহুৰ্ততে চিঙি যোৱাৰ সম্ভৱনা প্ৰৱল ৷

কপিলী নৈ বাঢ়নী পানীয়ে বুৰালে কামপুৰ

আৰু পঢ়কঃ জাতিংগা নৈত উটি গ'ল তিনিখন ট্ৰাক,নগাঁৱত ভয়াৱহ ৰূপত কপিলী

Intro:কপিলী নৈৰ বাঢ়নী পানীয়ে খঢ়াই নিলে বঢ়মপুৰৰ কামপুৰ ভলভলীয়া গাৱৰ মাথাউৰি ।আৱব্ধ হৈ আছে বহু কেইটা পৰিয়াল ।

Anchor =কামপুৰ নগৰৰ ৫ নং ৱাৰ্ডত অঘটণ । কপিলী নদীয়ে ভয়াবহ ৰূপত খঢ়াই নিলে ভলভলীয়া গাৱৰ মাথাউৰি ৷মাথাউৰিটো খঢ়াই নিয়াত জলমগ্ন হৈ পৰে ভলভলীয়া গাৱৰ লগতে কামপুৰৰ বহু অঞ্চল । কামপুৰৰ ভলভলীয়া গাৱত বৰ্তমানেও আৱদ্ধ হৈ পৰিছে বহু কেইটা পৰিয়াল । কামপুৰৰ যুৱক সমাজে উদ্ধাৰ কাৰ্যত নামি পৰিছে । বৰ্তমানে আহি পোৱা নাই SDRF ৰ নাও ।উদ্ধাৰ কৰা লোক সকল পথৰ কাষতে আশ্ৰয় লব লগা হৈছে ।কেইবাটাও মাথাউৰি আৰু কেইবাটাও গড়কাপ্তানী পথৰ ওপৰেদি বাগৰিছে কপিলী পানী ৷ প্লাবিত হৈছে ন ন অঞ্চল ৷ ইফালে বাৰেগোগা মাথাউৰিটো ওপৰৰে পানী বাগৰি যোৱাত যি কোনো মূহুৰ্ত্বত চিঙি যাব পাৰে মাথাউৰিটো ৷ উল্লেখ্য যে কামপুৰ ৰাজহ চক্ৰ অন্তৰ্গত প্ৰায় ২০খনৰো অধিক গাঁও বানৰ কবলত ।

Byte= বানাক্ৰান্ত ।Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.