নগাঁও, 20 মাৰ্চ : মঙলবাৰে নিশা অহা ধুমুহাৰ তাণ্ডৱত বিধ্বস্ত হয় নগাঁও জিলাৰ কামপুৰ- কচুৱা অঞ্চলৰ বহুলোকৰ ঘৰ-দুৱাৰ ৷
নগাঁৱৰ কামপুৰ-কচুৱাত ধুমুহাৰ তাণ্ডৱ
ধুমুহাৰ ফলত ঘৰ-দুৱাৰৰ লগতে কেতি-বাতিৰ ক্ষতি সাধন ৷ 2নং কচুৱা-হালধীআট,চানখুলা,কান্দপাৰা আদি ঠাইত ধুমুহাই তাণ্ডৱ চলায় ৷
ধুমুহা বতাহে উৰুৱাই লৈ গ'ল ঘৰ-দুৱাৰ
নগাঁও, 20 মাৰ্চ : মঙলবাৰে নিশা অহা ধুমুহাৰ তাণ্ডৱত বিধ্বস্ত হয় নগাঁও জিলাৰ কামপুৰ- কচুৱা অঞ্চলৰ বহুলোকৰ ঘৰ-দুৱাৰ ৷
A_NGN_801-805_20MRCH_STORM_RAKIBUL_WAHID
Vis+bite send by FTP
STORY= নিশা নগাঁও জিলাৰ কামপুৰ- কচুৱাত ধুমুহাৰ তাণ্ডৱ।
Anchor= চ'তৰ আৰম্ভণিতে প্ৰথমটো ধুমুহাত থান বান হৈ গ'ল নগাঁও জিলাৰ বিস্তৰ অঞ্চল । মঙ্গলবাৰে অহা এজাক ধুমুহাত কচুৱাৰ বিভিন্ন ঠাইৰ লগতে ২নং কচুৱা- হালধীআটি; চানখুলা ; কান্দপাৰা আদি ঠাইত ধুমুহা বতাহে উৰুৱাই লৈ গ'ল কেইবাটাও মজজিদ,আৱাস গৃহ আৰু কেইবাখনো ব্ৰইলাৰ ফ্ৰাম । নষ্ট হ'ল বহু ব্ৰইলাৰ মূল্যৱান সামগ্ৰী ।ধুমুহাৰ ফলত গাঁওবাসীয়ে কোনোমতে প্ৰাণ লৈ ওলাই আহিবলৈ সক্ষম হয় । কেইবাটাও চৰকাৰী আৱাস গৃহ এই ধুমুহাত ভাঙি যায়।
Byte= স্থানীয় লোক
_____________________________
ৰকিবুল ওৱাহিদ, নগাওঁ
20-3-19