নগাঁও,6আগষ্টঃ দীৰ্ঘদিন ধৰি নগাঁৱত সৃষ্টি হোৱা দলিলৰ নাটনিৰ ফলত হাৰাশাস্তিৰ সন্মুখীন হৈছে সাধাৰণ লোক । একাংশ ভেণ্ডৰে দলিলৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি অধিক মূল্যত দলিল বিক্ৰী কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে নগাঁও জিলা উকীল সংস্থাই । উকীল সংস্থাৰ কাৰ্যালয়ত মঙলবাৰে এক সংবাদমেলৰ আয়োজন কৰি উত্থাপন কৰে এই অভিযোগ । ইপিনে সংবাদমেলত দলিলৰ কৃত্ৰিম নাটনি সৃষ্টি কৰা কাৰ্যত নগাঁও কোষাগাৰ কৰ্তৃপক্ষৰ ভূমিকাও সন্দেহজনক বুলি অভিযোগ কৰে উকীল সন্থাই । লগতে দহ টকীয়া দলিল নগাঁও আদালত চৌহদত এশ টকা পৰ্যন্ত বিক্ৰী হোৱা বুলিও উভিযোগ উত্থাপন হৈছে ।
নগাঁৱত দলিলৰ কৃত্ৰিম নাটনিক লৈ সৰৱ নগাঁও উকীল সংস্থা - নগাঁও
নগাঁৱত দলিলৰ কৃত্ৰিম নাটনিত হাহাকাৰ সাধাৰণ লোক। দহ টকীয়া দলিল বিক্ৰী হয় এশ টকাত। ভেণ্ডৰৰ বিৰুদ্ধে মুনাফা আদায়ৰ অভিযোগ উকীল সংস্থাৰ।
নগাঁও,6আগষ্টঃ দীৰ্ঘদিন ধৰি নগাঁৱত সৃষ্টি হোৱা দলিলৰ নাটনিৰ ফলত হাৰাশাস্তিৰ সন্মুখীন হৈছে সাধাৰণ লোক । একাংশ ভেণ্ডৰে দলিলৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি অধিক মূল্যত দলিল বিক্ৰী কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে নগাঁও জিলা উকীল সংস্থাই । উকীল সংস্থাৰ কাৰ্যালয়ত মঙলবাৰে এক সংবাদমেলৰ আয়োজন কৰি উত্থাপন কৰে এই অভিযোগ । ইপিনে সংবাদমেলত দলিলৰ কৃত্ৰিম নাটনি সৃষ্টি কৰা কাৰ্যত নগাঁও কোষাগাৰ কৰ্তৃপক্ষৰ ভূমিকাও সন্দেহজনক বুলি অভিযোগ কৰে উকীল সন্থাই । লগতে দহ টকীয়া দলিল নগাঁও আদালত চৌহদত এশ টকা পৰ্যন্ত বিক্ৰী হোৱা বুলিও উভিযোগ উত্থাপন হৈছে ।
Body:দীৰ্ঘদিন ধৰিয়েই নগাঁৱত সৃষ্টি হোৱা দলিলৰ নাটনিয়ে হাহাকাৰ লগিছে সাধাৰণ লোকক। একাংশ ভেণ্ডৰে দলিলৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি অধিক মূল্যত দলিল বিক্ৰী কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে নগাওঁ জিলা উকীল সংস্থাই। উকীল সংস্থাৰ কাৰ্য্যালয়ত মঙলবাৰে এক সংবাদ মেলৰ আয়োজন কৰি উত্থাপন কৰে অভিযোগ। দলিলৰ কৃত্ৰিম নাটনি সৃষ্টি কৰা কাৰ্য্যত নগাওঁ কোষাগাৰ কৰ্তৃপক্ষৰ ভূমিকাও সন্দেহজনক বুলি অভিযোগ কৰে উকীল সন্থাই। দহ টকীয়া দলিল নগাওঁ আদালত চৌহদত এশ টকা পৰ্য্যন্ত বিক্ৰী হোৱা বুলিও উভিযোগ উত্থাপন হৈছে।
bite উকীল
ইপিনে কোষাগাৰৰ পৰা পর্যপ্ত দলিল যোগান নিদিয়াৰ অভিযোগ কৰিছে ভেণ্ডৰে। অৱশ্যে একাংশ দালাল প্ৰকৃতিৰ লোকে দলিল ক্ৰয় কৰি অধিক মূল্যত বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰে ভেণ্ডৰে।
bite ভেণ্ডৰ
-------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৬-৮-১৯
Conclusion: