ETV Bharat / state

নগাঁৱত পৰম্পৰাগত ক্ৰীড়া বাছনি শিবিৰ সম্পন্ন

গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া পৰম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতাত যোগদানৰ উদ্দেশ্যে নগাঁও জিলা দলটো গঠনৰ উদ্দেশ্যে দুদিনীয়াকৈ আয়োজন কৰা বাছনি শিবিৰৰ সফল সামৰণি ৷ বাছনি শিবিৰত 200 ৰো অধিক খেলুৱৈৰ অংশগ্ৰহণ ৷

sports camp ended at nagaon
নগাঁৱত পৰম্পৰাগত ক্ৰীড়া বাছনি শিবিৰ সম্পন্ন
author img

By

Published : Feb 11, 2021, 9:37 PM IST

নগাঁও,11 ফেব্ৰুৱাৰী : ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সৌজন্যত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া পৰম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতাত যোগদানৰ উদ্দেশ্যে নগাঁও জিলা দলটো গঠন কৰিবলৈ ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত দুদিনীয়াকৈ আয়োজন কৰা বাছনি শিবিৰৰ বৃহস্পতিবাৰে সফলতাৰে সামৰণি পৰে ।

sports camp ended at nagaon
নগাঁৱত পৰম্পৰাগত ক্ৰীড়া বাছনি শিবিৰ সম্পন্ন

জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত এই বাছনি শিবিৰত ৰছী টনা খেল প্ৰদৰ্শিত হয় বুলি মহকুমা ক্ৰীড়া বিষয়া কৌশিক ৰাজখোৱাই জানিবলৈ দিয়ে । উক্ত প্ৰদৰ্শনমূলক খেলত থলুৱা আৰু পৰম্পৰাগত খেলত উপস্থিত থাকে পৰিচালক প্ৰভাত চন্দ্ৰ বৰা, নাছিৰ উদ্দিন আহমেদ, দুলেন দেউৰী, বিজিতেশ শৰ্মা বৰুৱা, বিচিত্ৰ ৰঞ্জন বৰা, অসম যোগ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ কুমুদ নাথ ।

উল্লেখ্য যে, বাছনি শিবিৰটোত 200 ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : ডিফুত বৃহস্পতিবাৰে উন্মোচিত হ'ল কেইবাখনো গ্ৰন্থ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.