ETV Bharat / state

Spectacled Cobra Rescued: কলিয়াবৰত বিষাক্ত ফেঁটী সাপ উদ্ধাৰ

author img

By

Published : Aug 8, 2022, 9:59 PM IST

কলিয়াবৰত আকৌ বিষাক্ত সাপ উদ্ধাৰ ৷ কলিয়াবৰত উদ্ধাৰ Spectacled Cobra ৷ কলিয়াবৰৰ কুঁলৰীটোলৰ এঘৰত উদ্ধাৰ হয় Spectacled Cobra (Spectacled Cobra rescued at Kaliabor) ৷

Spectacled Cobra rescued at Kaliabor
কলিয়াবৰত উদ্ধাৰ Spectacled Cobra

কলিয়াবৰ, 8 আগষ্ট: কলিয়াবৰত এইবাৰ উদ্ধাৰ কৰা হ'ল এডাল বিষাক্ত ফেঁটী সাপ ৷ কলিয়াবৰৰ কুঁলৰীটোলৰ এটা ঘৰত উদ্ধাৰ কৰা হয় Spectacled Cobra নামৰ এডাল বিষাক্ত সাপ(Spectacled Cobra rescued at Kaliabor)৷ কলিয়াবৰত সৰ্পবন্ধুৰূপে পৰিচিত সঞ্জীৱ ডেকাই উদ্ধাৰ কৰে এই বিষাক্ত সাপডাল ৷

কলিয়াবৰত উদ্ধাৰ Spectacled Cobra

সঞ্জীৱ ডেকাই সংবাদমাধ্যম যোগে জানিবলৈ দিয়া মতে, সাধাৰণতে অসমৰ হাবিত Spectacled Cobra পোৱা নাযায় ৷ এইবিধ সাপে ফেট তুলিলে মূৰৰ পিছৰ অংশত চচমাৰ দৰে চিহ্ন দেখিবলৈ পোৱা যায় ।

এই সাপৰ এক বৈশিষ্ট্য হ'ল, দূৰৰ পৰাই চিকাৰ বা শত্ৰুৰ দিশলৈ বিষ নিক্ষেপ কৰিব পাৰে । এই বিষ যদি কটা বা চিঙা অংশত পৰে তেতিয়া হ'লে কামুৰি বিষ দিয়াৰ দৰেই লক্ষণ দেখা দিয়ে । ইফালে, কলিয়াবৰত এনে প্ৰজাতিৰ সাপ উদ্ধাৰ হোৱাত কলিয়াবৰৰ জৈৱ বৈচিত্ৰৰ মাপকাঠি অসমৰ মানচিত্ৰত সবল হ'ব বুলি মত পোষণ কৰে একাংশ প্ৰকৃতিপ্ৰেমীয়ে ।

লগতে পঢ়ক : 17 ডাল বিষাক্ত সাপ আৰু এজন যুৱকৰ সাহস...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.