ETV Bharat / state

সৰবৰাহী লোকৰ মৃত্যুত পুৰণিগুদামত শোকৰ ছাঁ

author img

By

Published : Nov 11, 2020, 9:58 PM IST

শংকৰী কলা-কৃষ্টিৰ সাধক তথা ভাওনাৰ পোছাক ব্যৱসায়ী খগেন কলিতা দীৰ্ঘদিন চিকিৎসাধীন হৈ আছিল গুৱাহাটীৰ এখন চিকিৎসালয়ত।

social worker pass away at puronigudam
সৰবৰাহী লোকৰ মৃত্যুত পুৰণিগুদামত শোকৰ ছাঁ

চামগুৰি,11 নৱেম্বৰঃ নগাঁৱৰ পুৰণিগুদামৰ এগৰাকী সৰবৰাহী ব্যক্তিৰ মৃত্যুক কেন্দ্ৰ কৰি শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত।

উল্লেখযোগ্য যে, শংকৰী কলা-কৃষ্টিৰ সাধক তথা ভাওনাৰ পোছাক ব্যৱসায়ী খগেন কলিতা দীৰ্ঘদিন চিকিৎসাধীন হৈ আছিল গুৱাহাটীৰ এখন চিকিৎসালয়ত। সম্প্ৰতি কলিতাৰ মৃত্যুত পুৰণিগুদামৰ কলিতাচুকস্থিত পৰিয়ালটোক সমবেদনা জ্ঞাপন স্থানীয় দল-সংগঠনৰ।

লগতে পঢ়কঃ প্ৰস্তুতি চলিছে নলবাৰীৰ ৰাস মহোৎসৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.