নগাঁও, 26 জুনঃ কলিয়াবৰত ঠিকাদাৰৰূপী আমছু নেতাৰ অতপালি ৷ সৌভাগ্য আঁচনিৰ নামত দুখীয়া ৰাইজৰ পৰা ধন দাবী ৷ অভিযুক্ত আমছু নেতা মোজাহিৰুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল স্থানীয় ৰাইজৰ ৷ কলিয়াবৰৰ বৰঘূলিত 'সৌভাগ্য আচঁনি'ৰ নামত প্ৰহসন । ঠিকাদাৰৰূপী আমছু নেতাৰ দৌৰাত্মত "সৌভাগ্য আচঁনি" যেন দুৰ্ভাগ্যলৈহে পৰ্যবসিত হৈছে কলিয়াবৰ বৰঘূলীত । গৰাখহনীয়াত বিপৰ্যস্ত ,সংখ্যালঘূ বসতি প্ৰধান ৩ নং বৰঘূলিত সৌভাগ্য আঁচনিৰ জৰিয়তে বিদ্যুৎ সংযোগৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । আঁচনিৰ কাম ৰপায়নৰ নামত দুখীয়া ৰাইজৰ পৰা ধনদাবী ঠিকাদাৰৰূপী আমছু নেতাৰ । আমছু নেতাক বিচৰা ধন নিদিলে সম্পূৰ্ণ নহয় আঁচনিৰ কাম । কলিয়াবৰৰ 3 নং বৰঘূলীত 'সৌভাগ্য আচঁনি'ৰ কাম লাভ কৰা মূল ঠিকাদাৰ লোকনাথ ডেকাৰ পৰা উপ-ঠিকা লৈ আঁচনিৰ কাম ৰূপায়নৰ নামত মইমতালি কৰিছে বৰঘূলী অঞ্চলৰে যুৱক তথা আমছুৰ কলিয়াবৰ জিলা সমিতিৰ সম্পাদক মুজাহিৰুল ইছলামে । বিদ্যুৎ সংযোগ দিয়াৰ বাবে ৰাইজৰ পৰা 20 হাজাৰ টকা দাবী কৰিছিল আমছু নেতা মুজাহিৰুলে । বছৰ বছৰ ধৰি বিদ্যুতৰ পোহৰ নেদেখা গৰাখহনীয়াত বিপৰ্যস্ত, সংখ্যালঘূ বসতি প্ৰধান 3 নং বৰঘূলিৰ ৰাইজে বিদ্যুৎৰ পোহৰ লাভ কৰাৰ আশাত ইতিমধ্যে 10 হাজাৰ টকা দিছে আমছু নেতা মুজাহিৰুল ইচলামক । তাৰ পিচতো বন্ধ কৰি ৰাখিছে অঞ্চলটোত বিদ্যুৎ সংযোগৰ কাম । ৰাইজে বাৰম্বাৰ দাবী জনোৱাৰ পিচতো গা লৰা নাই মুজাহিৰুলৰ । ওলোটাই ৰাইজকহে মাৰপিট কৰাৰ ভাবুকি দিয়ে আমছু নেতা মুজাহিৰুলে । অৱশেষত নিজকে কলিয়াবৰ জিলা আমছুৰ নেতা পৰিচয় দিয়া মুজাহিৰুল ইছলামৰ বিৰুদ্ধে চুলুং আৰক্ষীত এজেহাৰ দাখি কৰে 3 নং বৰঘূলীৰ ভুক্তভোগী ৰাইজে ।
কলিয়াবৰত "সৌভাগ্য" আঁচনিয়ে আনিলে দুৰ্ভাগ্য
"ঠিকাদাৰৰূপী আমছু নেতাৰ দৌৰাত্মত "সৌভাগ্য আচঁনি" যেন দুৰ্ভাগ্যলৈহে পৰ্যবসিত হৈছে কলিয়াবৰ বৰঘূলীত । গৰাখহনীয়াত বিপৰ্যস্ত ,সংখ্যালঘূ বসতি প্ৰধান ৩ নং বৰঘূলিত সৌভাগ্য আঁচনিৰ জৰিয়তে বিদ্যুৎ সংযোগ দিয়া কামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । আঁচনিৰ কাম ৰূপায়নৰ নামত দুখীয়া ৰাইজৰ পৰা ধনদাবী ঠিকাদাৰৰূপী আমছু নেতাৰ"
নগাঁও, 26 জুনঃ কলিয়াবৰত ঠিকাদাৰৰূপী আমছু নেতাৰ অতপালি ৷ সৌভাগ্য আঁচনিৰ নামত দুখীয়া ৰাইজৰ পৰা ধন দাবী ৷ অভিযুক্ত আমছু নেতা মোজাহিৰুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল স্থানীয় ৰাইজৰ ৷ কলিয়াবৰৰ বৰঘূলিত 'সৌভাগ্য আচঁনি'ৰ নামত প্ৰহসন । ঠিকাদাৰৰূপী আমছু নেতাৰ দৌৰাত্মত "সৌভাগ্য আচঁনি" যেন দুৰ্ভাগ্যলৈহে পৰ্যবসিত হৈছে কলিয়াবৰ বৰঘূলীত । গৰাখহনীয়াত বিপৰ্যস্ত ,সংখ্যালঘূ বসতি প্ৰধান ৩ নং বৰঘূলিত সৌভাগ্য আঁচনিৰ জৰিয়তে বিদ্যুৎ সংযোগৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । আঁচনিৰ কাম ৰপায়নৰ নামত দুখীয়া ৰাইজৰ পৰা ধনদাবী ঠিকাদাৰৰূপী আমছু নেতাৰ । আমছু নেতাক বিচৰা ধন নিদিলে সম্পূৰ্ণ নহয় আঁচনিৰ কাম । কলিয়াবৰৰ 3 নং বৰঘূলীত 'সৌভাগ্য আচঁনি'ৰ কাম লাভ কৰা মূল ঠিকাদাৰ লোকনাথ ডেকাৰ পৰা উপ-ঠিকা লৈ আঁচনিৰ কাম ৰূপায়নৰ নামত মইমতালি কৰিছে বৰঘূলী অঞ্চলৰে যুৱক তথা আমছুৰ কলিয়াবৰ জিলা সমিতিৰ সম্পাদক মুজাহিৰুল ইছলামে । বিদ্যুৎ সংযোগ দিয়াৰ বাবে ৰাইজৰ পৰা 20 হাজাৰ টকা দাবী কৰিছিল আমছু নেতা মুজাহিৰুলে । বছৰ বছৰ ধৰি বিদ্যুতৰ পোহৰ নেদেখা গৰাখহনীয়াত বিপৰ্যস্ত, সংখ্যালঘূ বসতি প্ৰধান 3 নং বৰঘূলিৰ ৰাইজে বিদ্যুৎৰ পোহৰ লাভ কৰাৰ আশাত ইতিমধ্যে 10 হাজাৰ টকা দিছে আমছু নেতা মুজাহিৰুল ইচলামক । তাৰ পিচতো বন্ধ কৰি ৰাখিছে অঞ্চলটোত বিদ্যুৎ সংযোগৰ কাম । ৰাইজে বাৰম্বাৰ দাবী জনোৱাৰ পিচতো গা লৰা নাই মুজাহিৰুলৰ । ওলোটাই ৰাইজকহে মাৰপিট কৰাৰ ভাবুকি দিয়ে আমছু নেতা মুজাহিৰুলে । অৱশেষত নিজকে কলিয়াবৰ জিলা আমছুৰ নেতা পৰিচয় দিয়া মুজাহিৰুল ইছলামৰ বিৰুদ্ধে চুলুং আৰক্ষীত এজেহাৰ দাখি কৰে 3 নং বৰঘূলীৰ ভুক্তভোগী ৰাইজে ।
সৌভাগ্য আঁচনিৰ নামত দুখীয়া ৰাইজৰ পৰা ধন দাবী, ভাবুকি
অতিস্থ ৰাইজৰ আমছু নেতা মোজাহিৰুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিলBody:কলিয়াবৰৰ বৰঘূলিত 'সৌভাগ্য আচঁনি'ৰ নামত প্ৰহসন। গঞাই লাভ কৰা নাই আচঁনিৰ সুফল। আঁচনিৰ কাম ৰপায়নৰ নামত দুখীয়া ৰাইজৰ পৰা ধনদাবী ঠিকাদাৰৰূপী আমছু নেতাৰ। আমছু নেতাৰ বিৰুদ্ধে আৰক্ষী থানাত এজেহাৰ দাখিল ভুক্তভোগী ৰাইজৰ। ঠিকাদাৰৰূপী আমছু নেতাৰ দৌৰাত্মত "সৌভাগ্য আচঁনি" যেন দূৰ্ভাগ্যলৈহে পৰ্যবসিত হৈছে কলিয়াবৰ বৰঘূলীত। গৰাখহনীয়াত বিপৰ্যস্ত ,সংখ্যালঘূ বসতি প্ৰধান ৩ নং বৰঘূলিত সৌভাগ্য আঁচনিৰ জৰিয়তে বিদ্যুৎ সংযোগ দিয়া কামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। আমছু নেতাক বিচৰা ধন নিদিলে সম্পুৰ্ণ নহয় আঁচনিৰ কাম। কলিয়াবৰৰ ৩ নং বৰঘূলীত 'সৌভাগ্য ' আচঁনিৰ কাম লাভ কৰা মুল ঠিকাদাৰ লোকনাথ ডেকাৰ পৰা উপ-ঠিকা লৈ আঁচনিৰ কাম ৰূপায়নৰ নামত মইমতালি কৰিছে বৰঘূলী অঞ্চলৰে যুৱক তথা আমছুৰ কলিয়াবৰ জিলা সমিতিৰ সম্পাদক মুজাহিৰুল ইছলামে। বিদ্যুৎ সংযোগ দিয়াৰ বাবে ৰাইজৰ পৰা ২০ হাজাৰ টকা দাবী কৰিছিল আমছু নেতা মুজাহিৰুলে। বছৰ বছৰ ধৰি বিদ্যুতৰ পোহৰ নেদেখা গৰাখহনীয়াত বিপৰ্যস্ত, সংখ্যালঘূ বসতি প্ৰধান ৩ নং বৰঘূলিৰ ৰাইজে বিদ্যুৎৰ পোহৰ লাভ কৰাৰ আশাত ইতিমধ্যে ১০ হাজাৰ টকা দিছে আমছু নেতা মুজাহিৰুল ইচলামক। তাৰ পিচতো বন্ধ কৰি ৰাখিছে অঞ্চলটোত বিদ্যুৎ সংযোগৰ কাম। ৰাইজে বাৰম্বাৰ দাবী জনোৱাৰ পিচতো গা লৰা নাই ঠিকাদাৰৰূপী আমছু নেতা মুজাহিৰুলৰ। ওলোটাই ৰাইজকহে মাৰপিট কৰাৰ ভাবুকি দিয়ে আমছু নেতা মুজাহিৰুলে। অৱশেষত নিজকে কলিয়াবৰ জিলা আমছুৰ নেতা বুলি ফিতাহি মৰা মুজাহিৰুল ইছলামৰ বিৰুদ্ধে চুলুং আৰক্ষীত এজেহাৰ দাখি কৰে ৩ নং বৰঘূলীৰ ভুক্তভোগী ৰাইজে।Conclusion:visuals
bite