ETV Bharat / state

নগাঁৱৰ নেহেৰুৱালীত অনুষ্ঠিত হ'ব শিল্পী সমাৰোহ ২০১৯

author img

By

Published : Aug 30, 2019, 6:54 PM IST

এই শিল্পী সমাৰোহত প্ৰদান কৰা হ'ব শিল্পৰত্ন অসম আৰু গুণমহন্ত সোঁৱৰণী বঁটা ৷ সংবাদমেলযোগে এই কথা সদৰী কৰে শিল্পী সমাজ অসমৰ সভাপতি তথা বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে ৷

শিল্পী সমাৰোহ ২০১৯

নগাঁও,30 আগষ্টঃসুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম দিনৰ লগত সংগতি ৰাখি শিল্পী সমাজ অসমে নগাঁৱৰ নেহেৰুৱালীত আয়োজন কৰিছে শিল্পী সমাৰোহ ২০১৯ । অহা ৮ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়া বিস্তীৰ্ণ কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শিল্পী সমাৰোহ। ৮ ছেপ্টেম্বৰৰ পুৱা পতাকা উত্তোলনৰে আৰম্ভ হ'বলগীয়া শিল্পী সমাৰোহত ভূপেন্দ্ৰ সংগীত,চিত্ৰাংকন আদি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ উপৰিও ৯ ছেপ্টেম্বৰত জনগণৰ কণ্ঠৰে সমূহীয়াকৈ পৰিৱেশন হ'ব ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীত "মানুহে মানুহৰ বাবে "। ১০ ছেপ্টেম্বৰত প্ৰখ্যাত ওজা তুলসী নেওগ ওজাক প্ৰদান কৰা হ'ব শিল্পৰত্ন বঁটা। একেটা অনুষ্ঠানতে বিশিষ্ট শিল্পী নীলু চক্ৰৱৰ্তীক শিল্পী গুণ মহন্ত সোঁৱৰণী বঁটা প্ৰদান কৰিব শিল্পী সমাজ অসমে। শুকুৰবাৰে নগাঁৱৰ চৰকাৰী বালক বিদ্যালয়ৰ সভাকক্ষত এক সংবাদ মেলৰ আয়োজন কৰি এই কথা সদৰী কৰে শিল্পী সমাজ অসমৰ সভাপতি তথা বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে।

Intro:নগাঁৱৰ নেহেৰুৱালীত অনুষ্ঠিত হব শিল্পী সমাৰোহ ২০১৯। প্ৰদান কৰা হব শিল্পৰত্ন অসম, গুণমহন্ত সোঁৱৰণী বঁটা। সংবাদ মেলত অভিনেতা নৃপন গোস্বামী।

Body:সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম দিনৰ লগত সংগতি ৰাখি শিল্পী সমাজ অসমে নগাঁৱৰ নেহেৰুৱালীত আয়োজন কৰিছে শিল্পী সমাৰোহ ২০১৯ । অহা ৮ চেপ্টেম্বৰৰ পৰা তিনিদিনীয়া বিস্তীৰ্ণ কাৰ্যসূচীৰে অনুষ্ঠিত হব শিল্পী সমাৰোহ। ৮ চেপ্টেম্বৰৰ পুৱা পতাকা উত্তোলনৰে আৰম্ভ হবলগীয়া শিল্পী সমাৰোহত ভূপেন্দ্ৰ সংগীত, চিত্ৰাংকন আদি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ উপৰিও ৯ ছেপ্টেম্বৰত জনগণৰ কণ্ঠৰে সমহীয়াকৈ পৰিবেশন হব ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে। ১০ চেপ্টেম্বৰত প্ৰখ্যাত ওজা তুলসী নেওগ ওজাক প্ৰদান কৰা হব শিল্পৰত্ন বঁটা। একেটা অনুষ্ঠানতে বিশিষ্ট শিল্পী নীলু চক্ৰৱৰ্তীক শিল্পী গুণ মহন্ত সোঁৱৰণী বঁটা প্ৰদান কৰিব শিল্পী সমাজ অসমে। শুক্ৰবাৰে নগাঁৱৰ চৰকাৰী বালক বিদ্যালয়ৰ সভাকক্ষত এক সংবাদ মেলৰ আয়োজন কৰি সদৰী কৰে শিল্পী সমাজ অসমৰ সভাপতি তথা বিশিষ্ট অভিনেতা নৃপন গোস্বামীয়ে।
bite,
--------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৩০-৮-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.