ETV Bharat / state

আজি গুৰুজনাৰ তিৰোভাৱ তিথি : হৰি নামৰ ধ্বনিৰে মুখৰিত বটদ্ৰৱা থান - দ্বিতীয় বৈকুণ্ঠ

হৰি নামৰ ধ্বনিৰে মুখৰিত বটদ্ৰৱা থান৷ পুৱাৰে পৰা হৰি নামৰ ধ্বনিৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ আকাশ বতাহ ৷

হৰি নামৰ ধ্বনিৰে মুখৰিত বটদ্ৰৱা থান
author img

By

Published : Sep 1, 2019, 11:54 AM IST

বটদ্ৰৱা, 1 চেপ্তেম্বৰঃ আজি মহাপুৰুষ শংকৰদেৱৰ 451 সংখ্যক তিৰোভাৱ তিথি ৷ পুৱাৰে পৰা হৰি নামৰ ধ্বনিৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান ৷ ভক্তি ৰসৰ নিজৰা বোৱাই পুৱা খোল প্ৰসঙ্গ, মঞ্জিৰা নাম আৰু আইসকলৰ নাম ,গায়ন বায়নৰ খোল-তাল-দবাৰ শব্দৰে মুখৰিত হৈ পৰিছে বটদ্ৰৱা থানৰ চৌপাশ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে তেল, বন্তি, ধূপ, নৈবেদ্য লৈ মনো কামনা পূৰণৰ বাবে আহি সেৱা লয় বটদ্ৰৱা থানত ৷ এক আধ্যাত্মিক পৰিবেশৰ মাজৰে দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হয় গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা ৷

Intro:শংকৰদেৱ গুৰুজনাৰ ৪৫১ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে উখল-মাখল বটদ্ৰৱা থান । হৰি নামৰ ধ্বনিৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ আকাশ বতাহ ।
Body:আজি মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি । তিৰোভাৱ তিথি উপলক্ষে পুৱাৰে পৰা ভক্তি ৰসৰ নিজৰা বোৱাই হৰি নামেৰে মুখৰিত হৈ পৰিছে বটদ্ৰৱাৰ আকাশ বতাহ । ৪৫১ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে উৎসৱ পুৱা তাল কোবোৱা প্রসঙ্গ, মঞ্জিৰা নাম আৰু আইসকলৰ নাম ,গায়ন বায়নৰ খোল তাল দবাৰ শব্দৰে মুখৰিত হৈ পৰিছে বটদ্ৰৱা থানৰ চৌপাশ । সমাগম ঘটিছে অগণন ভক্ত বৈষ্ণবৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে তেল, বন্তি, ধূপ, নৈবেদ্য লৈ মনো কামনা পূৰণৰ বাবে আহি সেৱা ললে বটদ্ৰৱা থানত । এক আধ্যাত্মিক পৰিবেশৰ মাজৰে দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ পৰিণত হয় বটদ্ৰৱা থান ।______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰাৰ ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.