ETV Bharat / state

মুখত ক'লা কাপোৰ বান্ধি প্ৰতিবাদ সাহিত্য সভাৰ - মুখত ক'লা কাপোৰ বান্ধি প্ৰতিবাদ সাহিত্য সভাৰ

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মুখত ক'লা কাপোৰ লগাই প্ৰতিবাদ সাব্যস্ত কৰে নগাওঁ জিলা সাহিত্য সভাই ৷ এই প্ৰতিবাদত অংশগ্ৰহণ কৰে নগাওঁ জিলা ছাত্ৰ সন্থায়ো ৷ সমান্তৰালকৈ, গুৱাহাটীতো প্ৰতিবাদ সাব্যস্ত কৰে সাহিত্য সভাই ৷

Sahitya Sabha protest against CAA wearing black mask
মুখত ক'লা কাপোৰ বান্ধি প্ৰতিবাদ সাহিত্য সভাৰ
author img

By

Published : Jan 1, 2020, 10:49 PM IST

নগাঁও আৰু গুৱাহাটী,1 জানুৱাৰীঃ ইংৰাজী নৱবর্ষত আনন্দ ফুৰ্তিৰ বিপৰীতে বছৰৰ আৰম্ভণিতে প্ৰতিবাদত বহিল নগাওঁ জিলা সাহিত্য সভা ৷ জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) আইন, 2019 বাতিলৰ দাবীত মুখত ক'লা কাপোৰ লগাই প্ৰতিবাদ সাব্যস্ত কৰে নগাওঁ জিলা সাহিত্য সভাই ৷ এই প্ৰতিবাদত অংশগ্ৰহণ কৰে নগাওঁ জিলা ছাত্ৰ সন্থায়ো ৷ নগাওঁ জিলা সাহিত্য সভাৰ দাবী শংকৰ আজানৰ দেশত কোনো কাৰণত মানি লোৱা নহ’ব ধৰ্মৰ ভিত্তিত নাগৰিকত্ব। লগতে অসমৰ ভাষা সংস্কৃতিৰ প্ৰতি ভাবুকি স্বৰূপ নাগৰিকত্ব (সংশোধনী) আইন, 2019 বাতিল কৰিবলৈও দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷

নগাওঁ জিলা সাহিত্য সভাৰ প্ৰতিবাদ
গুৱাহাটীতো প্ৰতিবাদ সাব্যস্ত কৰে সাহিত্য সভাই

সমান্তৰালকৈ, গুৱাহাটীতো প্ৰতিবাদ সাব্যস্ত কৰে সাহিত্য সভাই ৷ সাভাৰ কাৰ্যালয়ৰ সন্মুখত মুখত ক’লা কাপোৰ বান্ধি পালন কৰে অৰুনোদয় দিৱস ৷ জাতিধ্বংসী এই আইনখন বাতিলৰ দাবীত কবিতা পাঠেৰে চৰকাৰক দাবী জনায় সাহিত্য সভাই ৷

লগতে পঢ়ক-নৱবৰ্ষৰ শুভেচ্ছা উপায়ুক্ত ভাস্কৰ পেগু আৰু সাংসদ নৱ কুমাৰ শৰণীয়াৰ

Intro:নৱবৰ্ষৰ প্ৰথম দিনটোতে মুখত ক'লা কাপোৰ লগাই প্ৰতিবাদ নগাওঁ জিলা সাহিত্য সভাৰ।

Body:ইংৰাজী নৱবর্ষত আনন্দ ফুৰ্তিৰ বিপৰীতে বছৰৰ আৰম্ভণিতে প্ৰতিবাদত বহিল নগাওঁ জিলা সাহিত্য সভা। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বুধবাৰে নগাওঁ জিলা সাহিত্য সভাৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ জিলা সাহিত্য সভাৰ। মুখত ক'লা কাপোৰ লগাই প্ৰতিবাদ সাব্যস্ত কৰে নগাওঁ জিলা সাহিত্য সভাই। এই প্ৰতিবাদত অংশগ্ৰহণ কৰে নগাওঁ জিলা ছাত্ৰ সন্থাও। নগাওঁ জিলা সাহিত্য সভাৰ দাবী শংকৰ আজানৰ দেশত কোনো কাৰণত মানি লোৱা নহব ধৰ্মৰ ভিত্তিত নাগৰিকত্ব। লগতে অসমৰ ভাষা সংস্কৃতিৰ প্ৰতি ভাবুকি স্বৰূপ এই আইন বাতিল কৰিবলৈও দাবী জনায় প্ৰতিবাদকাৰীয়ে। লগতে সমগ্ৰ বিশ্বই নৱবর্ষ উদযাপন কৰাৰ সময়ত অসমবাসীয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে বুলি মন্তব্য নগাওঁ জিলা ছাত্ৰ সন্থাৰ সম্পাদক অমৰজ্যোতি ফুকনৰ।
bite-
----------------;-----------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১-১-২০

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.