ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানত উদ্ধাৰ মৃত ঢেকীয়াপটীয়া - Royal Bengal Tiger Deadbody Found at Kaziranga

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ ৰেঞ্জত মৃত ঢেকীয়াপটীয়া বাঘ উদ্ধাৰ । অন্য বাঘৰ সৈতে হোৱা যুঁজত মৃত‍্যুৰ সন্দেহ কৰ্তৃপক্ষৰ ।

কাজিৰঙা
কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানত উদ্ধাৰ মৃত ঢেকীয়াপটীয়া
author img

By

Published : May 22, 2020, 7:10 PM IST

গাঁও, ২২ মে': কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মৃত অৱস্থাত উদ্ধাৰ এটা ঢেকীয়াপটীয়া বাঘ । শুকুৰবাৰে পুৱা উদ্যানখনৰ বুঢ়াপাহাৰ ৰেঞ্জৰ জনতা বন শিবিৰ এলেকাত উদ্ধাৰ হয় বাঘৰ মৃতদেহটো ।

কাজিৰঙা
কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানত উদ্ধাৰ মৃত ঢেকীয়াপটীয়া

প্ৰায় দুইবছৰীয়া বয়সৰ ঢেকীয়াপটীয়া বাঘটোৰ মৃত্যু আন বাঘৰে সৈতে হোৱা যুঁজত মৃত্যু হোৱা বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰে । ঘটনাস্থলীতে বাঘটোৰ মৰণোত্তৰ পৰীক্ষাৰ সম্পন্ন কৰাৰ পাচত দাহ কৰা হয় মৃত বাঘটো ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.