ETV Bharat / state

কলিয়াবৰ মহাবিদ্যালয়ত 'এছিয়াৰ উত্থান' শীৰ্ষক ঘূৰণীয়া মেজমেল আয়োজন

এই অনুষ্ঠানত মুখ্য বক্তা হিচাপে ফ্ৰান্সৰ লি.হাৰ্ভে বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ দৰ্ৱিশ খুদৰীৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ননীগোপাল মহন্ত আৰু অধ্যাপক অখিল ৰঞ্জন দত্ত উপস্থিত থকিব ৷ 'নাক'ৰ এ গ্ৰেড প্ৰাপ্ত এই মহাবিদ্যালয়খনত অনুষ্ঠিত হ'বলগীয়া এই মেজমেলকলৈ বৃদ্ধি পাইছে এতিয়া উৎসাহ-উদ্দীপনা ৷

"এছিয়াৰ উত্থান" শীৰ্ষক ঘূৰণীয়া মেজমেল
author img

By

Published : Apr 28, 2019, 12:46 PM IST

কলিয়াবৰ, 28 এপ্ৰিল : কলিয়াবৰ মহাবিদ্যালয়ত 30 এপ্ৰিলত আয়োজন কৰা হৈছে 'এছিয়াৰ উত্থান' শীৰ্ষক ঘূৰণীয়া মেজমেলৰ ৷ মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ দ্ধাৰা আয়োজন কৰা হৈছে এই মেজমেলৰ ৷ এই অনুষ্ঠানত মুখ্য বক্তা হিচাপে ফ্ৰান্সৰ লি.হাৰ্ভে বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ দৰ্ৱিশ খুদৰীৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ননীগোপাল মহন্ত আৰু অধ্যাপক অখিল ৰঞ্জন দত্ত উপস্থিত থকিব ৷ 'নাক'ৰ এ গ্ৰেড প্ৰাপ্ত এই মহাবিদ্যালয়খনত অনুষ্ঠিত হ'বলগীয়া এই মেজমেলকলৈ বৃদ্ধি পাইছে এতিয়া উৎসাহ-উদ্দীপনা ৷

Intro:কলিয়াবৰ মহাবিদ‍্যালয়ত "এছিয়াৰ উত্থান" (Rising of Asia) শীৰ্ষক এক ঘূৰণীয়া মেজমেলৰ আয়োজন
ফ্ৰান্সৰ লি. হাৰ্ভে বিশ্ববিদ‍্যালয়ৰ অধ‍্যাপক ড০ দৰ্ৱিশ খুদৰী হ'ব মুখ‍্য বক্তাBody:কলিয়াবৰৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান কলিয়াবৰ মহাবিদ‍্যালয়। 'নাক'ৰ এ গ্ৰেড্ প্ৰাপ্ত কলিয়বৰ মহাবিদ‍্যালয়ে সমগ্ৰ অসমতে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।
কলিয়াবৰ মহাবিদ‍্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগে অহা ৩০ এপ্ৰিল তাৰিখে মহাবিদ‍্যালয়ত এছিয়াৰ উত্থান (Rising of Asia) শীৰ্ষক এক ঘূৰণীয়া মেজমেলৰ আয়োজন কৰিছে। এই মেজমেলত বক্তা হিচাবে অংশগ্ৰহণ কৰিব কেইবাগৰাকীও ৰাজনীতি বিজ্ঞান বিষয়ৰ বিশিষ্ট বিশেষজ্ঞই। বিশেষজ্ঞ কেইগৰাকী হ'ল – ফ্ৰান্সৰ লি. হাৰ্ভে বিশ্ববিদ‍্যালয়ৰ অধ‍্যাপক ড০ দৰ্ৱিশ খুদৰী, গুৱাহাটী বিশ্ববিদ‍্যালয়ৰ দক্ষিণ-পূৱ এছিয়া অধ‍্যয়ণ কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত অধ‍্যাপক ননীগোপাল মহন্ত আৰু অধ‍্যাপক অখিল ৰঞ্জন দত্ত, মুৰব্বী অধ‍্যাপক, ৰাজনীতি বিজ্ঞান বিভাগ, গুৱাহাটী বিশ্ববিদ‍্যালয়‌। মহাবিদ‍্যলয়ৰ বৰ্তমানৰ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীয়ে।Conclusion:visuals
courtesy : Kaliabor College
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.