ETV Bharat / state

সমষ্টিবাসীৰ কাষত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন - Roibul hussain distributed food and food grains in Nagaon

ভয়াৱহ কৰ'ণা আতংকৰ মাজতে নিজৰ সমষ্টিবাসীৰ কাষত থিয় দিছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ।

মন্ত্ৰী ৰকিবুল হুছেইন
মন্ত্ৰী ৰকিবুল হুছেইন
author img

By

Published : Apr 1, 2020, 9:01 PM IST

প্ৰথমে চামগুৰিৰ বিভিন্নজনৰ লগতে চৰকাৰী কৰ্মচাৰী আৰু সাংবাদিকসকলৰ মাজত মাস্ক, চেনিটাইজাৰ আদি বিতৰণ কৰাৰ পিছত এইবাৰ সমষ্টিবাসীক সহায়ৰ হাত আগবঢ়াই ৰকিবুল হুছেইনে। দৰিদ্ৰ পৰিয়ালত দেখা দিছে তীব্ৰ খাদ্য সংকটে। এনে সময়ত চামগুৰি সমষ্টিৰ বিভিন্ন প্ৰান্তত অত্যাৱশ্যকীয় সামগ্ৰী লৈ উপস্থিত হৈছে ৰকিবুল হুছেইন। সবিশেষ এই প্ৰতিবেদনত...

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.