ETV Bharat / state

যুৱকৰ মৃত্যুত শোকৰ ছাঁ ৰহাত

author img

By

Published : Aug 10, 2019, 8:08 AM IST

Updated : Aug 10, 2019, 11:19 AM IST

ৰহাৰ দগাঁৱত সৰ্প দংশনত বিবেক নাথ নামৰ এজন যুৱকৰ মৃত্যু ৷ যুৱকজনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে অঞ্চলটোত ৷

যুৱকৰ মৃত্যুত শোকৰ ছা ৰহাত

ৰহা,10আগষ্ট :

  • ৰহাৰ দগাঁৱত সৰ্প দংশনত এজনৰ মৃত্যু
  • মৃত যুৱকজনৰ নাম বিবেক নাথ
  • নিশা ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ সময়তে এডাল বিষাক্ত সাপে দংশন কৰে
  • বিবেকক নিশাই নগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়
  • চিকিৎসালয়ৰ পৰা মৰিগাঁৱৰ এজন বেজৰ ওচৰলৈ লৈ যোৱা হয়
  • বেজে জৰা-ফুকা কৰে যদিও মৃত্যু হয় বিবেকৰ
  • দুমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা যুৱকজনৰ মৃত্যুত শোঁকৰ ছা পৰিছে অঞ্চলটোত

যুৱকৰ মৃত্যুত শোকৰ ছা ৰহাত

ৰহা,10আগষ্ট :

  • ৰহাৰ দগাঁৱত সৰ্প দংশনত এজনৰ মৃত্যু
  • মৃত যুৱকজনৰ নাম বিবেক নাথ
  • নিশা ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ সময়তে এডাল বিষাক্ত সাপে দংশন কৰে
  • বিবেকক নিশাই নগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়
  • চিকিৎসালয়ৰ পৰা মৰিগাঁৱৰ এজন বেজৰ ওচৰলৈ লৈ যোৱা হয়
  • বেজে জৰা-ফুকা কৰে যদিও মৃত্যু হয় বিবেকৰ
  • দুমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা যুৱকজনৰ মৃত্যুত শোঁকৰ ছা পৰিছে অঞ্চলটোত
Intro:ৰহাৰ দগাঁৱত সৰ্প দংশনত এজনৰ মৃত্যু
Body:ৰহাৰ দগাঁৱত সৰ্প দংশনত এজনৰ মৃত্যু


ৰহাৰ পৰা প্ৰায় ১০ কিলমিটাৰ উত্তৰে অবস্থিত দগাৱঁত আজি বিষাক্ত সৰ্পৰ দংশনত মৃত্যু হৈছে এজন যুৱকৰ। মৃত যুৱকজনৰ নাম বিবেক নাথ(২৫ )। জানিব পৰা মতে কুসুম্বৰ নাথৰ পুত্ৰ বিবেকে নৱ বিবাহিতা পত্নীৰ সৈতে যোৱা নিশা ঘৰৰ পৰা বাহিৰলৈ গৈছিল। সেই সময়তে এডাল বিষাক্ত সাপে দংশন কৰে বিবেকক। লগে লগে বিবেকক নিশাই নগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু চিকিৎসকে এণ্টি ভেনম বেজী দিয়ে। পিচত পৰিয়ালৰ লোকে বিবেকক চিকিৎসালয়ৰ পৰা আনি মৰিগাৱঁৰ এজন বেজৰ ওচৰলৈ লৈ যায়। কিন্তু পুৱা বিবেকৰ মৃত্যু হয়। তাৰ পিচতো অন্য বেজ আনি জৰা ফুকা কৰে যদিও প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে বিবেকৰ। উলেখ্য যে দুমাহৰ আগতেহে বিবেকে বিবাহ পাশত আবদ্ধ হৈছিল । বিবেকৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

ৰহাৰ পৰা
দিব্য জে বৰঠাকুৰConclusion:
Last Updated : Aug 10, 2019, 11:19 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.