ETV Bharat / state

'নুৰুল হুদা আৰু মোক হত্যাৰ পৰিকল্পনা কৰা হৈছে': ৰকিবুল হুছেইন

author img

By

Published : May 29, 2019, 9:26 PM IST

নগাঁৱৰ চামগুৰিত সংঘটিত ৰাজনৈতিক হিংসাৰ পাচতেই ৰকিবুল হুছেইনৰ সংবাদমেল ৷ সংবাদমেলত বিজেপি কৰ্মীয়ে হত্যাৰ পৰিকল্পনা কৰাৰ অভিযোগ ৰকিবুল হুছেইনৰ ৷

'নুৰুল হুদা আৰু মোক হত্যাৰ পৰিকল্পনা কৰা হৈছে': ৰকিবুল হুছেইন

নগাঁও,29 মেঃ চামগুৰিৰ বৰমা বজাৰত উত্তপ্ত পৰিস্থিতি ৷ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন আৰু ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই এখন সভালৈ গৈ থকাৰ অৱস্থাত নেতা দুগৰাকীৰ ওপৰত সংঘটিত হয় আক্ৰমণৰ ঘটনা ৷ আক্ৰমণ সংঘটিত হোৱাৰ স্থানত চলি আছিল বিজেপিৰ বিজয় উৎসৱ ৷ তেনেসময়তে, দুয়োটা দলৰ কৰ্মী সকলৰ মাজত আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ আৰম্ভ হয় ৷ একাংশ বিজেপি কৰ্মীয়ে বিধায়ক দুজন উঠি যোৱা বাহনত আক্ৰমণ চলাই

'নুৰুল হুদা আৰু মোক হত্যাৰ পৰিকল্পনা কৰা হৈছে': ৰকিবুল হুছেইন

ঘটনা সংঘটিত হোৱাৰ পাচতে এখন সংবাদমেলৰ আয়োজন কৰে ৰকিবুল হুছেইনে ৷ সংবাদমেলত ৰকিবুল হুছেইনৰ অভিযোগ একাংশ অপৰাধীৰ জৰিয়তে ৰকিবুল হুছেইন আৰু নুৰুল হুদাক হত্যাৰ পৰিকল্পনা কৰিছে বিজেপি কৰ্মীয়ে ৷

Intro:চামগুৰিত ৰকিবুল হুছেইন, নুৰুল হুদাৰ গাড়ীত আক্ৰমণৰ পিছত নগাঁৱত ৰকিবুলৰ সংবাদ মেল। অপৰাধীৰ জৰিয়তে ৰকিবুল নুৰুল হুদাক হত্যাৰ পৰিকল্পনা কৰাৰ অভিযোগ ৰকিবুলৰ।

Body:ৰাজনৈতিক হিংসাই পুনৰ উত্তপ্ত হল নগাঁৱৰ চামগুৰি। বুধবাৰে কংগ্ৰেছ বিজেপিৰ কৰ্মী সমৰ্থকৰ সংঘাতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে চামগুৰিৰ বৰমা বজাৰত। প্ৰাক্তন প্ৰতাপী মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন আৰু ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই এখন সভালৈ গৈ থকা অৱস্থাতে উক্ত স্থানত চলি আছিল বিজেপিৰ বিজয় উৎসৱ। তেনে সময়তে সৃষ্টি হয় দুয়োটা দলৰ কৰ্মী সমৰ্থকৰ মাজত আক্ৰমণ ,প্ৰত্যাক্ৰমন। একাংশ বিজেপি কৰ্মীয়ে ৰকিবুল হুছেইন, নুৰুল হুদাৰ গাড়ীত আক্ৰমণ চলাই। এই ঘটনা সংঘটিত হোৱাৰ পিছতেই নগাঁৱত সংবাদ মেলৰ আয়োজন কৰি ৰকিবুল হুছেইনৰ অভিযোগ। আক্ৰমণত জড়িত একাংশ অপৰাধী। অপৰাধীৰ জৰিয়তে ৰকিবুল হুছেইন আৰু নুৰুল হুদাক হত্যাৰ পৰিকল্পনা কৰা হৈছিল।
bite
--------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৯-৫-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.