- নগাঁৱৰ ধিঙত চাঞ্চল্যকৰ ঘটনা
- ধিঙৰ প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠানৰ গৃহত লোমহৰ্ষক ডকাইতি (Robbery took place at Dhing)
- মোবাৰক আলী পাঠান আৰু তেঁওৰ পৰিয়ালক আক্ৰমণ কৰি তেওঁৰ গৃহত লুটপাট
- ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠানhfধিঙৰ প্ৰাক্তন বিধায়কৰ ঘৰত লোমহৰ্ষক ডকাইতি
- বিধায়কগৰাকীৰ পত্নী ৱাহিদা বেগম আৰু তেওঁৰ বোৱাৰী ৰশ্মি বেগমো আহত
- অচেতন অৱস্থাত তিনিওকে নগাঁৱত এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি