ETV Bharat / state

নগাঁও চহৰৰ 8 টাকৈ পথৰ শুভাৰম্ভণি - ৰূপক শৰ্মা

নগাঁৱত আধাৰশিলাৰ বিপৰীতে পথৰ শুভাৰম্ভণিত দিয়া হৈছে গুৰুত্ব: বিধায়ক ৰূপক শৰ্মা

নগাওঁ চহৰৰ 8 টাকৈ পথৰ শুভাৰম্ভনি
author img

By

Published : Jul 4, 2019, 8:38 AM IST

নগাওঁ, 4 জুলাই: নগাঁৱত আধাৰশিলাৰ বিপৰীতে উন্নয়নমূলক কামৰ শুভাৰম্ভণিত দিয়া হৈছে অধিক গুৰুত্ব । বুধবাৰে নগাঁও চহৰৰ 8 টাকৈ পথৰ শুভাৰম্ভণি কৰি এই মন্তব্য নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ । এছ অ পি ডি ৰ শিতানত মুঠ 1 কোটি 65 লাখ 1 হেজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 8 টাকৈ নগাঁও চহৰৰ গুৰুত্বপূৰ্ণ পথৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগতে 75 টা পথৰ নিৰ্মাণ কাৰ্য্য চলি আছে বুলিও উল্লেখ কৰে বিধায়ক ৰূপক শৰ্মাই । ইয়াৰোপৰি নগাঁও সদৰ সমষ্টিত নিৰ্মাণ কাৰ্য্য চলি থকা 7 খনকৈ পকী দলঙৰ কামো এবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে ।

Intro:নগাঁৱৰ আধাৰশিলাৰ বিপৰিতে শুভাতম্ভণিত দিয়া হৈছে গুৰুত্ব: বিধায়ক ৰূপক শৰ্মা। নগাওঁ চহৰৰ ৮ টাকৈ পথৰ শুভাৰম্ভনি।

Body:নগাঁৱত আধাৰশিলাৰ বিপৰীতে উন্নয়নমূলক কামৰ শুভাৰম্ভনিত দিয়া হৈছে অধিক গুৰুত্ব। বুধবাৰে নগাওঁ চহৰৰ ৮ টাকৈ পথৰ শুভাৰম্ভনি কৰি এই মন্তব্য নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ। এছ অ পি ডি ৰ শিতানত মুঠ ১ কোটি ৬৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৮ টাকৈ নগাওঁ চহৰৰ গুৰুত্বপূৰ্ণ পথৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগতে ৭৫ টা পথৰ নিৰ্মাণ কাৰ্য্য চলি আছে বুলিও উল্লেখ কৰে বিধায়ক ৰূপক শৰ্মাই। ইয়াৰোপৰি নগাওঁ সদৰ সমষ্টিত নিৰ্মাণ কাৰ্য্য চলি থকা ৭ টাকৈ পকী দলঙৰ কামো এবছৰৰ ভিতৰত সম্পূৰ্ণ হব বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে।
bite- mla
-------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৩-৭-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.