ETV Bharat / state

বুঢ়াপাহাৰৰ দেওচৰ জানত ট্ৰাক দুৰ্ঘটনা

author img

By

Published : Aug 23, 2019, 11:16 AM IST

বুঢ়াপাহাৰৰ দেওচৰ জানত ট্ৰাক দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাত ট্ৰাক চালক আৰু হেণ্ডিমেনজন গুৰুতৰভাৱে আহত হয় ৷ আহত লোক দুজনৰ নাম সতীশ যাদৱ (৩৭), উপেন্দ্ৰ যাদৱ (৩২) বুলি চিনাক্ত ৷

বুঢ়াপাহাৰৰ দেওচৰ জানত ট্ৰাক দুৰ্ঘটনা
  • বুঢ়াপাহাৰৰ দেওচৰ জানত ট্ৰাক দুৰ্ঘটনা
  • দুৰ্ঘটনাত চালক আৰু হেণ্ডিমেনজন গুৰুতৰভাৱে আহত হয়
  • আহত লোক দুজনৰ নাম সতীশ যাদৱ (৩৭), উপেন্দ্ৰ যাদৱ (৩২)
    বুঢ়াপাহাৰৰ দেওচৰ জানত ট্ৰাক দুৰ্ঘটনা
  • দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ এন এল ০১ এন ১৫৬১
  • দলঙৰ ৰেলিং ভাঙি সংঘটিত হয় দুৰ্ঘটনাটো
  • উক্ত ঘটনাটো স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে আহত লোক দুজনক
  • ইতিমধ্যে আহত লোক দুজনক জখলাবন্ধাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে

  • বুঢ়াপাহাৰৰ দেওচৰ জানত ট্ৰাক দুৰ্ঘটনা
  • দুৰ্ঘটনাত চালক আৰু হেণ্ডিমেনজন গুৰুতৰভাৱে আহত হয়
  • আহত লোক দুজনৰ নাম সতীশ যাদৱ (৩৭), উপেন্দ্ৰ যাদৱ (৩২)
    বুঢ়াপাহাৰৰ দেওচৰ জানত ট্ৰাক দুৰ্ঘটনা
  • দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ এন এল ০১ এন ১৫৬১
  • দলঙৰ ৰেলিং ভাঙি সংঘটিত হয় দুৰ্ঘটনাটো
  • উক্ত ঘটনাটো স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে আহত লোক দুজনক
  • ইতিমধ্যে আহত লোক দুজনক জখলাবন্ধাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে
Intro:বুঢ়াপাহাৰৰ দেওচুৰ জানত পৰিল মাৰুতি কঢ়িওৱা বৃহৎ বাহন

নিয়ন্ত্ৰণ হেৰুৱাই ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দলঙৰ ৰেলিং ভাঙি সংঘটিত হয় দুৰ্ঘটনাটো

৪০ ফুট দ দেওচুৰ জানত পৰিল বাহনখন

চালক-হেণ্ডিমেন আহত, নিশাই চালকক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ‍্যালয়লৈ প্ৰেৰণBody:শিলিগুৰিৰ পৰা ডিব্ৰুগড় অভিমুখী মাৰুতি চুজুকী বাহন ভৰ্তি এখন বাহন দুৰ্ঘটনাত পতিত হয়।
বৃহস্পতিবাৰে নিশা প্ৰায় দহ বজাত বুঢ়াপাহাৰৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দেওচুৰ জানৰ দলঙত এক দুৰ্ঘটনা সংঘটিত হয়। এন এল ০১ এন ১৫৬১ নম্বৰৰ বাহনখন দেওচুৰৰ দলঙৰ ৰেলিং ভাঙি দ-খাৱৈত পৰেগৈ। ফলত চালক আৰু হেণ্ডিমেনজন আঘাটপ্ৰাপ্ত হয়। জখলাবন্ধা আৰক্ষীয়ে ততাতৈয়াকৈ ঘটনাস্থলীৰ পৰা চালক-সহকাৰীক উদ্ধাৰ কৰি জখলাবন্ধাৰ চিকিৎসালয়ত ভৰ্তি কৰে। প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে গুৰুতৰভাবে আহত হোৱা বাহনখনৰ চালক সতীশ যাদৱক (৩৭) তেজপুৰ চিকিৎসা মহাবিদ‍্যালয়লৈ প্ৰেৰণ কৰিছে। আনহাতে সহকাৰী উপেন্দ্ৰ যাদৱ (৩২) বিপদমুক্ত।
বাহনখনে নিয়ন্ত্ৰণ হৰুৱাই দলঙৰ ৰেলিং ভাঙি দেওচুৰ জানত পৰিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। লঙৰ পৰা ৪০ ফুট তলত পৰা বাহনখন আজি উদ্ধাৰ কৰিব বুলি আৰক্ষীয়ে জনাইছে।Conclusion:visual
bites
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.