ETV Bharat / state

কলিয়াবৰত টেংকাৰ আৰু যাত্ৰীবাহী বাছৰ মুখামুখী সংঘৰ্ষ; নিহত 1 - টেংকাৰ আৰু যাত্ৰীবাহী বাছৰ মুখামুখী সংঘৰ্ষ

কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়াৱহ দুৰ্ঘটনা ৷ টেংকাৰ আৰু যাত্ৰীবাহী বাছৰ মুখামুখী সংঘৰ্ষ ৷ নিহত এজন আৰু আহত প্ৰায় ২৩ জন যাত্ৰী ৷

টেংকাৰ আৰু যাত্ৰীবাহী বাছৰ মুখামুখী সংঘৰ্ষ
author img

By

Published : Oct 9, 2019, 4:50 PM IST

কলিয়াবৰ,9অক্টোবৰঃ বুধবাৰে কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী নিৱেশৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ানক দুৰ্ঘটনা সংঘটিত হয় । এই বাছ আৰু টেংকাৰৰ দুৰ্ঘটনাত 1 যাত্ৰী নিহত হোৱাৰ লগতে আহত হয় ২৩ জন যাত্ৰী । ইপিনে দুৰ্ঘটনাটোত কেইবাগৰাকী গুৰুতৰভাবে আহত হোৱালৈ চায় নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে । দুৰ্ঘটনাগ্ৰস্ত টেঙ্কাৰখনৰ নম্বৰ এ এচ ০২ ডি চি ৪০৫৬ আৰু বাছখনৰ নম্বৰ এ এচ ০১ এইছ চি ৮৮৮৭ । দুৰ্ঘটনাগ্ৰস্ত ব্ৰহ্মপুত্ৰ নামৰ যাত্ৰীবাহী বাছখন গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী আছিল ৷ আনহাতে জখলবন্ধা আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত উদ্ধাৰ অভিযান চলাই আহতসকলক জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ মৃত যাত্ৰীগৰাকীৰ এতিয়ালৈকে পৰিচয় লাভ কৰা হোৱা নাই ।

কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়াবহ দুৰ্ঘটনা

Intro:BREAKING (Detail Followed Shortly)

কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়াবহ দুৰ্ঘটনা

টেঙ্কাৰ আৰু যাত্ৰীবাহী বাছৰ মুখামুখী সংঘৰ্ষ

নিহত এজন, আহত ২৩Body:কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী নিৱেশৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত এক ভয়ানক দুৰ্ঘটনা সংঘটিত হয়। য'ত নিহত হয় এজন যাত্ৰীৰ লগতে আহত হয় ২৩ জন।

জখলাবন্ধা চিকিৎসালয়ত হোৱা-দোৱা পৰিস্থিতি।
দুৰ্ঘটনাটোত কেইবাগৰাকী গুৰুতৰভাবে আহত হোৱালৈ চাই নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। দুৰ্ঘটনাগ্ৰস্ত টেঙ্কাৰ খনৰ নম্বৰ এ এচ ০২ ডি চি ৪০৫৬ আৰু বাছ খনৰ নম্বৰ এ এচ ০১ এইছ চি ৮৮৮৭। ব্ৰহ্মপুত্ৰ নামৰ যাত্ৰীবাহী বাছ খন গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী আছিল বুলি জানিব পৰা গৈছে।

জখলবন্ধাৰ আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত উদ্ধাৰ অভিযান চলাই আহতসকলক জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। মৃত যাত্ৰীগৰাকীৰ এতিয়ালৈকে পৰিচয় লাভ কৰা হোৱা নাই।

(দূৰ্ঘটনাস্থলীৰ অধিক বাতৰিৰ বাবে অপেক্ষা কৰি থকা হৈছে।)Conclusion:visuals
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.