ETV Bharat / state

নগাঁৱত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন হিমন্ত বিশ্ব শৰ্মাৰ

author img

By

Published : Jan 26, 2020, 2:46 PM IST

নগাঁৱত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । পতাকা উত্তোলন কৰি দিয়া ভাষণত চৰকাৰৰ উন্নয়নৰ খতিয়ান দিয়াৰ লগতে পৰোক্ষভাৱে সমালোচনা কৰে CAA বিৰোধী আন্দোলনকাৰীক । JNU ৰ ছাত্ৰ শ্বাৰজীল ইমামৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গোচৰ ৰুজু কৰাৰ কথাও সদৰী কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে ।

গণৰাজ্য দিৱস
নগাঁৱত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন হিমন্ত বিশ্ব শৰ্মাৰ

নগাঁও, 26 জানুৱাৰীঃ নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত নগাওঁ জিলা প্ৰশাসনে আয়োজন কৰা গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে ৰাজ্য চৰকাৰৰ বিত্ত তথা শিক্ষামন্ত্ৰী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আয়োজিত নগাঁৱৰ গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষী, গৃহৰক্ষী বাহিনী, স্কাউড গাইডকে ধৰি নগাঁৱৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা মাৰ্চপাৰ্চৰ অভিবাদন গ্ৰহণ কৰে । লগতে চৰকাৰৰ বিভিন্ন বিভাগৰ দ্বাৰা প্ৰতিকপট প্ৰদৰ্শন কৰা হয় ।

অনুষ্ঠানত নগাঁৱৰ মুক্তিযুঁজাৰুৰ লগতে শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰাৰ লগতে CAA বিৰোধী আন্দোলনক পৰোক্ষভাৱে সমালোচনা কৰে । গণৰাজ্য দিৱসৰ ভাষণতো এটা বিশেষ সম্প্ৰদায়ৰ লোকক সমালোচনা কৰিবলৈ নাপাহৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইপিনে অসমক লৈ বিৰূপ মন্তব্য কৰা দিল্লীৰ JNU ৰ ছাত্ৰ শ্বাৰজীল ইমামৰ বিৰুদ্ধে ৰাজ্য চৰকাৰেও গোচৰ ৰুজু কৰাৰ কথা উল্লেখ কৰি এয়া ৰাষ্ট্ৰৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰক প্ৰতিনিধিত্ব কৰা বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে ।

আৰু পঢ়কঃ ডিব্ৰুগড়ত গ্ৰেণেড বিস্ফোৰণত আলফা স্বাধীন জড়িত থকা সন্দেহ!

Intro:নগাঁৱত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। পতাকা উত্তোলন কৰি দিয়া ভাষণত চৰকাৰৰ উন্নয়নৰ খতিয়ান দিয়াৰ লগতে পৰোক্ষভাৱে সমালোচনা কা বিৰোধী আন্দোলনক। চার্জিল ইমামৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গোচৰ ৰুজু কৰাৰ কথাও সদৰী।

Body:নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত নগাওঁ জিলা প্ৰশাসনে আয়োজন কৰা গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে ৰাজ্য চৰকাৰৰ বিত্ত, শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আয়োজিত নগাঁৱৰ গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষী, গৃহৰক্ষী বাহিনী, স্কাউড গাইডকে ধৰি নগাঁৱৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা মাৰ্চপাৰ্চৰ অভিবাদন গ্ৰহণ কৰে। লগতে চৰকাৰৰ বিভিন্ন বিভাগৰ দ্বাৰা প্ৰতিকপট প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত নগাঁৱৰ মুক্তিযুঁজাৰুৰ লগতে শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰাৰ লগতে কা বিৰোধী আন্দোলনক পৰোক্ষভাৱে সমালোচনা কৰা। গণৰাজ্য দিৱসৰ ভাষণতো এটা বিশেষ সম্প্ৰদায়ৰ লোকক সমালোচনা কৰিবলৈ নাপাহৰিলে মন্ত্ৰী হিমন্তই। ইপিনে অসমক লৈ বিৰূপ মন্তব্য কৰা দিল্লীৰ চার্জিল ইমামৰ বিৰুদ্ধে ৰাজ্য চৰকাৰেও গোচৰ ৰুজু কৰাৰ কথা উল্লেখ কৰি এয়া ৰাষ্ট্ৰৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰক প্ৰতিনিধিত্ব কৰা বুলি মন্তব্য কৰে।
bite-
--------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৬-১-২০

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.