ETV Bharat / state

কংগ্ৰেছৰ পাপৰ বোজা কঢ়িয়াইছে বিজেপিয়েঃ ৰঞ্জিত দাস - কংগ্ৰেছ

কংগ্ৰেছেৰ দিনতেই সত্ৰ আৰু কাজিৰঙাৰ মাটি বেদখল হৈছিলঃ ৰঞ্জিত দাস

ৰঞ্জিত দাস
author img

By

Published : Mar 25, 2019, 6:41 PM IST

নগাঁও, 25 মাৰ্চঃ "কংগ্ৰেছৰ পাপৰ বোজা কঢ়িয়াব লগীয়া হৈছে বিজেপিয়ে ।" এই মন্তব্য বিজেপি সভাপতি ৰঞ্জিত দাসৰ । সোমবাৰে নগাঁৱত অগপ- বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকি এনেদৰে মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ।

ৰঞ্জিত দাস
লগতে সভাপতি গৰাকীয়ে কয়, "কংগ্ৰেছৰ বাবেই অসমত সৃষ্টি হৈছিল বিদেশী সমস্যাৰ । কংগ্ৰেছেৰ দিনতেই মাটি বেদখল হৈছিল সত্ৰ আৰু কাজিৰঙাৰ । কংগ্ৰেছ আৰু এ আই ইউ ডি এফ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি । দল দুটাৰ মাজত থকা মিতিৰালী কোনো নতুন কথা নহয় ।

কংগ্ৰেছৰ পাপৰ বোজা কঢ়িয়াব লগীয়া হৈছে বিজেপিয়ে। মন্তব্য বিজেপি সভাপতি ৰঞ্জিত দাসৰ।

কংগ্ৰেছৰ বাবেই অসমত সৃষ্টি হৈছিল বিদেশী সমস্যাৰ। কংগ্ৰেছেৰ দিনতেই মাটি বেদখল হৈছিল সত্ৰ আৰু কাজিৰঙাৰ। নগাঁৱত মণি মাধৱ মহন্তৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকি এই মন্তব্য বিজেপি সভাপতি ৰঞ্জিত দাসৰ। কংগ্ৰেছ এ আই ইউ ডি এফ এটা মুদ্ৰাৰ ই পিঠি সিপিঠি। দল দুটাৰ মাজত থকা মিতিৰালী কোনো নতুন কথা নহয়। আমি বহুদিনৰ পৰাই কৈ অহা কথাটো এতিয়া সত্য প্ৰমাণিত হৈছে।
bite. ৰঞ্জিত দাস।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.