ETV Bharat / state

নগাঁৱৰ হাতীচোঙত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা

প্ৰতিকূল বতৰকো নেওচি দেওবাৰে বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য তথা কলা-সংস্কৃতিৰ সমাহাৰেৰে উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ৷

ৰঙালী বিহুৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে জিলিকি উঠিল নগাঁৱৰ হাতীচোং
author img

By

Published : May 5, 2019, 6:24 PM IST

বটদ্ৰৱা, 5 মে' : বিগত বৰ্ষৰ দৰে এইবাৰো নগাঁৱৰ কমাৰচুকত পুৱতি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে ৰঙালী বিহুৰ কাৰ্যসূচী ৷ ইতিমধ্যে 1 আৰু 2 ব'হাগত সমাপ্ত হৈছে ৰঙালী বিহুৰ বৰ্ণাঢ্য কাৰ্যসূচী ৷ দেওবাৰে আয়োজন কৰা হৈছে হাতীচোং ৰঙালী বিহুৰ অন্তিম দিনৰ বৰ্ণাঢ্য কাৰ্যসূচী ৷

ৰঙালী বিহুৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে জিলিকি উঠিল নগাঁৱৰ হাতীচোং

প্ৰতিকূল বতৰকো নেওচি দেওবাৰে বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য সমাহাৰেৰে পৰিপক্ক এটি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায় আয়োজকসকলে৷

Intro:ৰঙালী বিহুৰ বৰ্নিল সাংস্কৃতিক শুভাযাত্ৰাৰে জিলিকি উঠিল নগাঁৱৰ হাতীচোং । বিশিষ্ট সংবাদিক নাজিৰ আহমেদক উষ্ম সম্বৰ্ধনা ৷Body:বসন্তৰ পৰশত কুলি - কেতেকীৰ মিঠামাতে চৌপাশ মুখৰিত কৰা বতৰত গছে- বনে নৱপল্লৱ বিকশিত কৰি আদৰণি জনোৱা তথা অসমীয়াৰ অতিকৈ হেপাহৰ ৰঙালী বিহুটি নগাঁৱৰ হাতীচোং কমাৰচুকত পুঁৱতি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এই বৰ্ষতো ১,২ অাৰু ২০ ব'হাগত ৰঙালী বিহুৰ অনুষ্ঠান অায়োজন কৰিছে। প্ৰতিকূল বতৰকো নেওচি বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য সমাহাৰে পৰিপক্ক এটি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা অঞ্চলটোত বাহিৰ কৰা হয়। এই শোভাযাত্ৰাৰে উদুলি মুদুলি পৰিৱেশৰ সৃষ্টী হয় হাতীচোং অঞ্চলত। এই শোভাযাত্ৰাৰ অন্তত অঞ্চলটোৰ বিশিষ্ট সাংবাদিক তথা ইলেক্ট্ৰনিক সংবাদ জগতৰ অতকৈ জনপ্ৰিয় প্ৰাগ নিউজৰ এটি অতি চিনাকি মাত নাজিৰ আহমেদ (বাবু ) উপস্থিত থাকি নিজৰ ভাষনত অতি পিছপৰা অঞ্চলটোৰ পৰা কিদৰে সংবাদজগতত প্ৰতিষ্ঠা লাভ কৰিলে সেই বিষয়ে উল্লেখ কৰে । সাংবাদিকৰ গৰাকীক বিহুৱানেৰে সম্বর্ধনা জনোৱাৰ লগতে শৰাই জাপি পিন্ধাই ৰঙালী বিহু উদযাপন সমিতিয়ে ।____________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:null
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.