ETV Bharat / state

বিশিষ্ট সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিলৈ 'ৰণাংগন' সন্মান - শিৱ প্ৰসাদ বৰা

সাহিত্য সাংস্কৃতি তথা সমাজ জীৱনলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা বৰেণ্য ব্যক্তিসকললৈ, চলিত বৰ্ষৰ পৰা ৰণাংগন প্ৰকাশন গোষ্ঠীয়ে প্ৰদান কৰিব ৰণাংগন সন্মান ৷

বিশিষ্ট সাহিত্যিক তথা সাংবাদিক
হোমেন বৰগোহাঞি
author img

By

Published : Jan 23, 2020, 5:55 PM IST

নগাঁও, 23 জানুৱাৰীঃ অসমৰ সাহিত্য-সংস্কৃতি তথা সমাজ জীৱনলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা বিশিষ্ট সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিলৈ আগবঢ়োৱা হৈছে ৰণাংগন সন্মান 12 বছৰ সম্পূৰ্ণ হোৱা বাবে ৰণাংগন প্ৰকাশন গোষ্ঠীয়ে, চলিত বৰ্ষৰ পৰা ৰণাংগন সন্মান প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই বছৰৰ পৰা প্ৰতি বছৰেই এই বঁটা প্ৰদান কৰা হ'ব সাহিত্য সংস্কৃতি তথা সমাজ জীৱনলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা বৰেণ্য ব্যক্তিসকললৈ ৷

বিশিষ্ট সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিলৈ প্ৰদান কৰা হ'ব 'ৰণাংগন' সন্মান

প্ৰথমবাৰৰ বাবে ৰণাংগন সন্মানৰ বাবে ৰণাংগন প্ৰকাশনৰ ৫ জনীয়া নিৰ্বাচক কমিটিয়ে নিৰ্বাচিত কৰিছে বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিক ৷ অহা ৬ বহাগত অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী আৰু প্ৰসিদ্ধ সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাৰ উপস্থিতিত, বিশিষ্ট সাহিত্যক তথা সাংবাদিক হোমেন বৰগোহাঞিক এই সন্মান প্ৰদান কৰা হ'ব ৷ বৃহস্পতিবাৰে ৰণাংগনৰ নগাঁও কাৰ্য্যালয়ত এক সংবাদ মেল সম্বোধন কৰি ৰণাংগন গোষ্ঠীৰ হৈ এই কথা সদৰী কৰে শিৱ প্ৰসাদ বৰাই ৷

লগতে পঢ়ক: খেল' ইণ্ডিয়াৰ সামৰণি অনুষ্ঠানত হিপহপ বিহু

Intro:প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞিলৈ ৰণাংগন সন্মান।

Body:অসমৰ সাহিত্য সাংস্কৃতি তথা সমাজজীৱনলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিলৈ আগবঢ়োৱা হৈছে ৰণাংগন সন্মান। ১২ বছৰৰ এটা যোগ অতিক্ৰম কৰাৰ উপলক্ষে মাহেকীয়া বার্তালোচনী ৰণাংগন প্ৰকাশন গোষ্ঠীয়ে চলিত বৰ্ষৰ পৰা ৰণাংগন সন্মান প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইবছৰৰ পৰা প্ৰতি বছৰেই এই ৰণাংগন সন্মান প্ৰদান কৰিব সাহিত্য সাংস্কৃতি তথা সমাজজীৱনলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা বৰেণ্য ব্যক্তিসকলক। প্ৰথমবাৰৰ বাবেই এই ৰণাংগন সন্মানৰ বাবে ৰণাংগন প্ৰকাশনৰ ৫ জনীয়া নিৰ্বাচক কমিটিয়ে নিৰ্বাচিত কৰিছে বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞি। অহা ৬ বহাগত অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, প্ৰসিদ্ধ সাহিত্যিক ডঃ লক্ষ্মনন্দন বৰাৰ উপস্থিতিত গুৱাহাটীত বিশিষ্ট সাহিত্যক, সাংবাদিক হোমেন বৰগোহাঞিক প্ৰদান কৰা হব এই সন্মান। বৃহস্পতিবাৰে ৰণাংগনৰ নগাঁৱৰ কাৰ্য্যালয়ত সংবাদ মেলৰ আয়োজন কৰি ৰণাংগন গোষ্ঠীৰ হৈ এই সন্দৰ্ভত সদৰী কৰে শিৱ প্ৰসাদ বৰাই।
bite-
----------------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৩-১-২০

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.