ETV Bharat / state

বটদ্ৰৱাত হোম কোৱাৰেণ্টাইনত থকা মহিলাৰ মৃত্যু - বটদ্ৰৱাত হোম কোৱাৰেণ্টাইনত থকা মহিলাৰ মৃত্যু

১১ মে'ত বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আৰু স্বাস্থ্য কৰ্মী উপস্থিত হৈ মহিলা গৰাকীৰ লগতে পৰিয়ালটোক স্বাস্থ্য পৰীক্ষাৰ বাবে নমুনা গ্ৰহণ কৰা হৈছিল আৰু পুত্ৰ, বোৱাৰী আৰু কণমানি নাতি সহ মহিলাগৰাকীক হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছিল । কিন্তু ক্ৰমাৎ মহিলা গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত অৱশেষত দেওবাৰে নিশা কোৱাৰেণ্টাইনত থকা অৱস্থাতে মহিলা গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ।

Quarantine lady death at batadrava
বটদ্ৰৱাত হোম কোৱাৰেণ্টাইনত থকা মহিলাৰ মৃত্যু
author img

By

Published : May 18, 2020, 11:38 AM IST

বটদ্ৰৱা,18মে': বটদ্ৰৱাত মৃত্যু হৈছে হোম কোৱাৰেণ্টাইনত থকা নিৰু প্ৰভা বৰা নামৰ এগৰাকী মহিলাৰ । নগাঁও জিলাৰ বটদ্ৰৱা বৰহিছা গাঁৱত হোম কোৱাৰেন্টাইনত থকা মহিলাগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে অঞ্চলটোত ৷ জানিবপৰা মতে, যোৱা ২১ এপ্ৰিলত নিৰু প্ৰভা বৰা নামৰ মহিলাগৰাকীক গুৱাহাটী বি. বৰুৱা কেন্সাৰ হাস্পাতাললৈ নিছিল পৰিয়ালৰ লোকে ৷

বটদ্ৰৱাত হোম কোৱাৰেণ্টাইনত থকা মহিলাৰ মৃত্যু

সেই সূত্ৰে, ১১ মে'ত বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আৰু স্বাস্থ্য কৰ্মী উপস্থিত হৈ মহিলা গৰাকীৰ লগতে পৰিয়ালটোক স্বাস্থ্য পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰে আৰু পুত্ৰ, বোৱাৰী আৰু কণমানি নাতি সহ মহিলাগৰাকীক হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হয় । কিন্তু ক্ৰমাৎ মহিলা গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত অৱশেষত দেওবাৰে নিশা কোৱাৰেণ্টাইনত থকা অৱস্থাতে মহিলা গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে । ইপিনে,মৃত মহিলাগৰাকীৰ পৰা সংগ্ৰহ কৰা নমুনাৰ ফলাফল নিগেটিভ বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃবিজেপিৰ বিধায়কৰ 'পাৰ্ফৰ্মেন্স' মূল্যায়ণৰ নিৰ্দেশ ৰাষ্ট্ৰীয় সভাপতিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.