- কলিয়াবৰৰ বিদ্যালয় চৌহদত উদ্ধাৰ অজগৰ
- শিলঘাটৰ সোণাৰি চাহ বাগিছা প্ৰাথমিক বিদ্যালয় চৌহদত উদ্ধাৰ
- ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমে প্ৰত্যক্ষ কৰে অজগৰডাল
- প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই অজগৰডাল উদ্ধাৰ কৰি শিলঘাট বনাঞ্চলত এৰি দিয়ে
কলিয়াবৰৰ বিদ্যালয়ত অজগৰ - বিদ্যালয়
ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমে প্ৰত্যক্ষ কৰে অজগৰডাল ৷ প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই অজগৰডাল উদ্ধাৰ কৰি শিলঘাট বনাঞ্চলত এৰি দিয়ে ৷
কলিয়াবৰৰ বিদ্যালয়ত অজগৰ
- কলিয়াবৰৰ বিদ্যালয় চৌহদত উদ্ধাৰ অজগৰ
- শিলঘাটৰ সোণাৰি চাহ বাগিছা প্ৰাথমিক বিদ্যালয় চৌহদত উদ্ধাৰ
- ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমে প্ৰত্যক্ষ কৰে অজগৰডাল
- প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই অজগৰডাল উদ্ধাৰ কৰি শিলঘাট বনাঞ্চলত এৰি দিয়ে
Intro:কলিয়াবৰত বিদ্যালয় চৌহদৰ পৰা অজগৰ উদ্ধাৰ
পোন্ধৰ ফুট দৈৰ্ঘৰ সাপডাল উদ্ধাৰ কৰি মুকলি কৰি দিয়া হয় বনাঞ্চলতBody:কলিয়াবৰত অজগৰ সাপ উদ্ধাৰ। আজি পুৱা প্ৰকৃতি প্ৰেমী তথা সৰ্প বিশেষজ্ঞ সঞ্জীৱ ডেকাই শিলঘাটৰ সোণাৰি চাহ বাগিছা প্ৰাথমিক বিদ্যালয়ৰ চৌহদৰ পৰা পোন্ধৰ ফুট দৈৰ্ঘৰ অজগৰ সাপডাল উদ্ধাৰ কৰে। পুৱা বিদ্যালয়লৈ অহা ছাত্ৰ-ছাত্ৰীয়ে সাপডাল বিদ্যালয়ৰ চৌহদত প্ৰত্যক্ষ কৰাৰ পিচত শিলঘাটৰ সৰ্প বিশেষজ্ঞ সঞ্জীৱ ডেকাক খবৰ দিয়ে। সঞ্জীৱ ডেকাই তৎক্ষাণিকভাবে বিদ্যালয় চৌহদৰ পৰা অজগৰ সাপডাল উদ্বাৰ কৰে। উদ্ধাৰৰ পিচত শিলঘাট বনাঞ্চলত অজগৰ সাপ ডাল মুকলি কৰি দিয়া হয়।Conclusion:visuals
bite - sanjib