ETV Bharat / state

সুৰামত্ত ই-ৰিক্সা চালকক গণপ্ৰহাৰ

author img

By

Published : Sep 24, 2020, 1:44 PM IST

গণপ্ৰহাৰৰ সন্মুখীন হৈছে এগৰাকী ই-ৰিক্সা চালক ৷ নগাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ নিশা হ’লেই অত্যধিক সুৰাপান কৰি চহৰখনৰ হয়বৰগাঁৱত ত্ৰাসৰ সৃষ্টি কৰিছিল কামালউদ্দিন নামৰ ই-ৰিক্সা চালকজনে ৷

Public attack on a e rickshaw driver in nagaon assam etv bharat news
ই-ৰিক্সা চালকক গণপ্ৰহাৰ

নগাঁও,24 ছেপ্তেম্বৰ: নগাঁৱত নিশা এগৰাকী ই-ৰিক্সা চালকৰ ওপৰত পৰিল ৰাইজৰ ঔ-কিল ৷ নিশা হ’লেই অত্যধিক সুৰাপান কৰি চহৰখনৰ হয়বৰগাঁৱত ত্ৰাসৰ সৃষ্টি কৰিছিল কামালউদ্দিন নামৰ ই-ৰিক্সা চালকজনে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ ৰোষৰ বলি হয় কামাল উদ্দিন ৷ কিছুদিনৰ পৰা ই-ৰিক্সা চালকজনে নিশাৰ ভাগত সুৰামত্ত হৈ চহৰখনৰ মাজমজিয়াত সংঘটিত কৰি আহিছিল দুৰ্ঘটনা ৷ ৰুদ্ৰমূৰ্তি ধাৰণ কৰা ৰাইজৰ কবলৰ পৰা অৱশেষত ব্যক্তিগৰাকীক উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ সম্প্ৰতি চিকিৎসাজনিত কাৰণত ই ৰিক্সা চালকগৰাকীক আৰক্ষীয়ে ভৰ্তি কৰিছে নগাঁও অসামৰিক চিকিৎসালয়ত ৷ বিগত সময়ছোৱাতো চহৰখনৰ আন এগৰাকী নিচাগ্ৰস্ত ই-ৰিক্সা চালকে শাৰীৰিকভাৱে অপদস্থ কৰিছিল নগাঁও যান-বাহন নিয়ন্ত্ৰণ শাখাৰ এগৰাকী মহিলা কনিষ্টবলক ৷

ই-ৰিক্সা চালকক গণপ্ৰহাৰ

লগতে চাওকঃ পথ দুৰ্ঘটনাত থিতাতে নিহত যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.