ETV Bharat / state

কংগ্ৰেছ নেতাৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপি কৰ্মীৰ - বিজেপি

ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ মুর্দাবাদ ধ্বনিৰে উত্তাল হোটেল টেন ইলেভেনৰ প্ৰাংগন

কংগ্ৰেছ নেতাৰ বিৰুদ্ধে একাংশ বিজেপি কৰ্মীৰ প্ৰতিবাদ
author img

By

Published : Apr 16, 2019, 12:15 AM IST

  • নগাঁৱৰ হোটেল টেন ইলেভেনৰ সন্মুখত উত্তপ্ত পৰিস্থিতি
  • হোটেলখনত চলি আছে ফ্লায়িং স্কোৱাদৰ অভিযান
  • কংগ্ৰেছ নেতাই মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ ধন জব্দ কৰাৰ সন্দেহ
  • কংগ্ৰেছ নেতাৰ বিৰুদ্ধে একাংশ বিজেপি কৰ্মীৰ প্ৰতিবাদ
  • ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ মুর্দাবাদ ধ্বনিৰে উত্তাল হোটেল টেন ইলেভেনৰ প্ৰাংগন
    কংগ্ৰেছ নেতাৰ বিৰুদ্ধে একাংশ বিজেপি কৰ্মীৰ প্ৰতিবাদ

  • নগাঁৱৰ হোটেল টেন ইলেভেনৰ সন্মুখত উত্তপ্ত পৰিস্থিতি
  • হোটেলখনত চলি আছে ফ্লায়িং স্কোৱাদৰ অভিযান
  • কংগ্ৰেছ নেতাই মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ ধন জব্দ কৰাৰ সন্দেহ
  • কংগ্ৰেছ নেতাৰ বিৰুদ্ধে একাংশ বিজেপি কৰ্মীৰ প্ৰতিবাদ
  • ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ মুর্দাবাদ ধ্বনিৰে উত্তাল হোটেল টেন ইলেভেনৰ প্ৰাংগন
    কংগ্ৰেছ নেতাৰ বিৰুদ্ধে একাংশ বিজেপি কৰ্মীৰ প্ৰতিবাদ
Intro:নগাঁৱৰ হোটেল টেন ইলেভেনৰ সন্মুখত উত্তপ্ত পৰিস্থিতি।


Body:নগাঁৱৰ হোটেল টেন ইলেভেনৰ সন্মুখত উত্তপ্ত পৰিস্থিতি। একাংশ বিজেপি কৰ্মীৰ প্ৰতিবাদ। হোটেলখনত চলি আছে ফ্লায়িং স্কোৱাদৰ অভিযান। কংগ্ৰেছ নেতাই মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ ধন জব্দ কৰাৰ সন্দেহ। ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ মূর্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ হোটেলৰ সন্মুখত।


Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.