ETV Bharat / state

সাহাৰ্যৰ পৰা বঞ্চিত বন্যাৰ্তৰ প্ৰতিবাদ

author img

By

Published : Jul 26, 2020, 10:44 PM IST

কামপুৰৰ মাধৱপাৰাত বান সাহাৰ্য নোপোৱাক কেন্দ্ৰ কৰি প্ৰতিবাদ সাব্যস্ত বন্যাৰ্তৰ ৷ প্ৰতিবাদী বানাক্ৰান্তই অসম চৰকাৰ হায় হায়,আমাক সাহায্য লাগিবই আদি শ্লোগানেৰে দেওবাৰে উত্তাল কৰি তোলে পৰিৱেশ ৷ ইতিমধ্যে বাৰিষাৰ দ্বিতীয়টো বানত বৰপানী নৈৰ বাঢ়নী পানীয়ে মাধৱপাৰা অঞ্চলৰ কেইবাখনো গাঁও প্লাৱিত কৰি জন-জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷

Protest against government at flood effected area madhabpara nagaon assam etv bharat news
সাহায্যৰ পৰা বঞ্চিত বন্যাৰ্ত

বঢ়মপুৰ,26 জুলাই: বান সাহাৰ্য নোপোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কামপুৰৰ কচুৱাত ৷ নগাঁও জিলাৰ অন্তৰ্গত কচুৱাৰ মাধৱপাৰাত বানাক্ৰান্তৰ বাবে চৰকাৰে মুকলি কৰা সাহাৰ্য লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্তই ৷ উল্লেখ্য যে,মাধৱপাৰা পঞ্চায়তৰ ৩নং ৱাৰ্ডৰ সদস্য আৰু কেইগৰাকীমান স্থানীয় নেতাৰ বিৰুদ্ধে এই বান সাহাৰ্য আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

সাহায্যৰ পৰা বঞ্চিত বন্যাৰ্ত

প্ৰতিবাদী বানাক্ৰান্তই অসম চৰকাৰ হায় হায়,আমাক সাহাৰ্য লাগিবই আদি শ্লোগানেৰে দেওবাৰে উত্তাল কৰি তোলে পৰিৱেশ ৷ ইতিমধ্যে বাৰিষাৰ দ্বিতীয়টো বানত বৰপানী নৈৰ বাঢ়নী পানীয়ে মাধৱপাৰা অঞ্চলৰ কেইবাখনো গাঁও প্লাৱিত কৰি জন-জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷ তৎসত্বেও বানাক্ৰান্তই প্ৰাপ্যৰ দাবীত সম্প্ৰতি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে ৷

লগতে চাওকঃ ৰঙিয়াত একেদিনাই ষোল্ল গৰাকীৰ দেহত কোভিড 19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.