ETV Bharat / state

অখিল গগৈ আৰু জীতেন দত্তৰ মুক্তিৰ দাবীত বিশেষ সংবাদমেল

বঢ়মপুৰৰ কামপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত সেনাৰ এক যৌথ সংবাদমেল ৷ অখিল গগৈ আৰু জীতেন দত্তক বিনা চৰ্তে মুক্তিৰ দিয়া দাবীত অনুষ্ঠিত হয় সংবাদমেল খন ৷

বঢ়মপুৰৰ কামপুৰত সংবাদমেল
বঢ়মপুৰৰ কামপুৰত সংবাদমেল
author img

By

Published : Dec 22, 2019, 8:16 PM IST

বঢ়মপুৰ, 22 ডিচেম্বৰ: আজি বঢ়মপুৰৰ কামপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত সেনাৰ এক যৌথ সংবাদমেল অনুষ্ঠিত হয় ৷ সংবাদ মেলখনৰ জৰিয়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক সভাপতি ৰাজু বৰা আৰু বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় প্ৰচাৰ সচিব গিৰি শংকৰ গোস্বামীয়ে চৰকাৰক, অখিল গগৈ আৰু জীতেন দত্তক বিনা চৰ্তে মুক্তিৰ দিয়া দাবী জনায় ৷

বঢ়মপুৰৰ কামপুৰত সংবাদমেল

এই ক্ষেত্ৰত বীৰ লাচিত সেনাই কয় যে, জীতেন দত্ত আৰু অখিল গগৈৰ লগত তেওঁলোকৰ আদৰ্শগত কিছুমান মতানৈক্য থাকিলেও, জাতিৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত জড়িত হোৱাৰ দোষত দুয়োজন নেতাৰ গ্ৰেপ্তাৰক তীব্ৰ ভাষাৰে গৰিহণা দিছে ৷

বঢ়মপুৰৰ কামপুৰত সংবাদমেল

লগতে পঢ়ক: ধাৰাবাহিকভাৱে অব্যাহত CAAৰ বিৰোধী প্ৰতিবাদ

Intro:বঢ়মপুৰৰ কামপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত সেনাৰ যৌথ সংবাদমেল ।

Anchor=কামপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত সেনাৰ যৌথ সংবাদমেল ।কৃষক মুক্তি সংগ্ৰাম সমিতি ৰাজ্যিক সভাপতি ৰাজু বৰা আৰু বীৰ লাচিত সেনা কেন্দ্ৰীয় প্ৰচাৰ সচিব গীৰি শংকৰ গোস্বামীয়ে সংবাদ মেল জঢ়িয়তে চৰকাৰক অখিল গগৈ আৰু জীতেন দত্তক বিনা চৰ্তে মুক্তিৰ দিয়া দাবী জনায় ।ইফালে সোমবাৰে গুৱাহাটী চচলত কৃষক মুক্তিৰ সংগ্ৰাম অৱস্থান ধৰ্মঘটত কাৰ্যসূচীত সকলো ৰাইজক সহযোগ কৰিবলৈ অনোৰুধ জনায় ।Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.