ETV Bharat / state

নগাঁৱত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় পূৰ্বোত্তৰ ৰংগ মহোৎসৱ - নগাঁ

মঞ্চস্থ হ'ব দহ ৰাজ্যৰ দহখনকৈ নাটক

নগাঁৱত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় পূৰ্বত্তৰ ৰঙ্গ মহোৎসৱ
author img

By

Published : Feb 26, 2019, 11:12 PM IST

নগাঁও,২৬ফেব্ৰুৱাৰী: নগাঁৱত অনুষ্ঠিত হ'ব এই বৰ্ষৰ ৰাষ্ট্ৰীয় পূৰ্বোত্তৰ ৰংগমহোৎসৱ। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত প্ৰতিবছৰে দেশৰ চুকে -কোণেঅনুষ্ঠিত হৈ আহিছে এইমহোৎসৱ ।

নগাঁৱত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় পূৰ্বত্তৰ ৰঙ্গ মহোৎসৱ
নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত বুধবাৰৰ পৰা অনুষ্ঠিত হ'ব এই উৎসৱ। ইয়াত দহখন ৰাজ্যৰ দহখনকৈ নাটক মঞ্চস্থ কৰা হ'ব। মঙলবাৰে নগাঁৱৰ সাংস্কৃতিক গোষ্ঠী কল্লোলৰ কাৰ্যালয়তআয়োজন কৰা এক সংবাদমেলত উদ্যোক্তাসকলে মহোৎসৱৰ বিষয়ে সবিশেষ জনায়।

Intro:এইবাৰ নগাঁৱত অনুষ্ঠিত হব ৰাষ্ট্ৰীয় পূৰ্ব উত্তৰ ৰঙ্গ মহোৎসৱ। মঞ্চস্থ হব দহ ৰাজ্যৰ দহখনকৈ নাট।

Body:বিশ্বৰ অন্যতম অগ্ৰণী থিয়েটাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত প্ৰতিবছৰে দেশৰ চুকে কোনে অনুষ্ঠিত কৰি অহা ৰাষ্ট্ৰীয় ৰঙ্গ মহোৎসৱ এইবাৰ অনুষ্ঠিত হব নগাঁৱত। নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত বুধবাৰৰ পৰা অনুষ্ঠিত হব লগা নাট মহোৎসৱত মঞ্চস্থ হব দহ খন ৰাজ্যৰ দহখনকৈ নাটক। বুধবাৰে প্ৰথমখন নাটক কানাডা ভাষাত মঞ্চস্থ হব গুল ই বাকভালি, বৃহস্পতিবাৰে মালায়ালম ভাষাত মঞ্চস্থ হব কাৰণাভৰাম, শুক্ৰবাৰে মাৰাঠী ভাষাত মহানিৰ্ভন, শনিবাৰে পাঞ্জাৱী ভাষাত লোহা কোট , দেওবাৰে হিন্দীত হম মুখটাৰাৰ লগতে ৮ মাৰ্চ পৰ্যন্ত মঞ্চস্থ হব মুঠ দহখন নাটক। নাটক আৰম্ভ হোৱাৰ পূৰ্বে অসমৰ কলা সংস্কৃতিৰ ওপৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হব প্ৰদৰ্শনীমূলক অনুষ্ঠান। সেই অনুসৰি গায়ন বায়ন, ঝুমুৰ নৃত্য, কাৰ্বি নৃত্য আদি অনুষ্ঠিত হব। মঙলবাৰে নগাঁৱৰ সাংস্কৃতিক গোষ্ঠী কল্লোলত আয়োজন কৰা এক সংবাদ মেলত এই সন্দৰ্ভত অৱগত কৰে উদ্যোক্তাই।
bite, 1,2
--------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
26-2-1৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.