ETV Bharat / state

নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰা ৰাজনৈতিক দল সৈতে মিত্ৰতা অসম্ভৱ : প্ৰফুল্ল কুমাৰ মহন্ত - প্ৰফুল্ল কুমাৰ মহন্ত

অসম চুক্তি আৰু অসমৰ ক্ষতি কৰিব বিচৰা কোনো সিদ্ধান্তত সমৰ্থন নকৰে বুলি স্পষ্ট মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰা ৰাজনৈতিক দল সৈতে মিত্ৰতা অসম্ভৱ : প্ৰফুল্ল কুমাৰ মহন্ত
author img

By

Published : Mar 8, 2019, 9:48 PM IST

নগাঁও, ৮ মাৰ্চঃ আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ সৈতে অগপৰ মিত্ৰতা সন্দৰ্ভত মন্তব্য কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই । অসম চুক্তি আৰু অসমৰ ক্ষতি কৰিব বিচৰা কোনো সিদ্ধান্তত সমৰ্থন নকৰে বুলি স্পষ্ট মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ।

নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰা ৰাজনৈতিক দল সৈতে মিত্ৰতা অসম্ভৱ : প্ৰফুল্ল কুমাৰ মহন্ত

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ইতিমধ্যে লক্ষীমপুৰত পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ কথা উল্লেখ কৰাৰ পিছত দলটোৰ সৈতে মিত্ৰতা সম্ভৱ নহয় । কাৰণ অসম গণ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আহিছে । যি বিধেয়কে ক্ষতি কৰিব অসমৰ জাতি মাটি আৰু ভেটিৰ । তেনে ক্ষেত্ৰত বিজেপিৰ সৈতে বুজাবুজি বিচৰা নাই মহন্তই । বিজেপি দলৰ নেতা কৰ্মীৰ আচৰণত অগপৰ বহু তৃণমূল কৰ্মী অসন্তুষ্ট বুলিও মন্তব্য কৰে প্ৰফুল্ল কুমাৰ মহন্তই।

সংবাদমেল আয়োজন কৰি প্ৰফুল্ল কুমাৰ মহন্তই বিজেপিৰ সৈতে মিত্ৰতাৰ বিৰোধিতা কৰাৰ সময়তে আন একাংশ নেতাই মিত্ৰতা বিচৰা কাৰ্যই আগন্তুক লোকসভা নিৰ্বাচনত অগপ বিভক্ত হোৱাৰে যেন ইংগিত বহন কৰিছে এতিয়া ।

Intro:নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰা ৰাজনৈতিক দলৰ সৈতে মিত্ৰতাৰ বিৰোধিতা প্ৰফুল্ল কুমাৰ মহন্তৰ। বিজেপিৰ নেতা কৰ্মীৰ আচৰণত অগপৰ তৃণমূল কৰ্মী অসন্তুষ্ট বুলি মন্তব্য মহন্তৰ। মিত্ৰতাত লৈ পুনৰ বিভক্ত হব নেকি অগপ।

Body:আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ সৈতে অগপৰ মিত্ৰতা সন্দৰ্ভত মন্তব্য কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰা ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা সম্ভৱ নহয়। অসম চুক্তি আৰু অসমৰ ক্ষতি কৰিব বিচৰা দলৰ সৈতে বুজাবুজি কৰা উচিত নহয়। বিজেপিৰ ৰাষ্ট্রীয় সভাপতি অমিত শ্বাহে ইতিমধ্যে লক্ষীমপুৰত পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ কথা উল্লেখ কৰাৰ পিছত দলটোৰ সৈতে মিত্ৰতা উচিত নহয়। কাৰণ অসম গণ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে। যি বিধেয়কে ক্ষতি কৰিব অসমৰ জাতি মাটি আৰু ভেটিৰ। তেনে ক্ষেত্ৰত বিজেপিৰ সৈতে বুজাবুজি বিচৰা নাই মহন্তই। বিজেপি দলৰ নেতা কৰ্মীৰ আচৰণত অগপৰ বহু তৃণমূল কৰ্মী অসন্তুষ্ট বুলিও মন্তব্য কৰে প্ৰফুল্ল কুমাৰ মহন্তই। ইপিনে গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভতো মন্তব্য কৰে মহন্তই। বিজেপিৰ শূণ্য সহনশীল নীতি কেতিয়াবাই নোহোৱা হৈছে বুলিও মন্তব্য মহন্তৰ।
bite

Conclusion:সংবাদ মেল আয়োজন কৰি প্ৰফুল্ল কুমাৰ মহন্তই বিজেপিৰ সৈতে মিত্ৰতাৰ বিৰোধিতা কৰাৰ সময়তে আন একাংশ নেতাই মিত্ৰতা বিচৰা কাৰ্যই আগন্তক লোকসভা নিৰ্বাচনত অগপ বিভক্ত হোৱাৰে যেন ইংগিত বহন কৰিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.