ETV Bharat / state

নিৰ্মাণৰ এদিন পিছতেই চকলা চকলে এৰিছে পকী পথ - ব্লেক ট্রেপিং

ব্লেক ট্রেপিঙেৰে পথটো নিৰ্মাণৰ বাবে অনুমোদন দিয়া হৈছিল প্ৰায় 2 কোটি 50 লাখ টকা ৷ কিন্তু পথটো নিৰ্মাণৰ দায়িত্ব প্ৰদান কৰা ঠিকাদাৰ সুভাষ সাহাই পথটো চাফা নকৰাকৈ মাটিতেই ব্লেক ট্রেপিং দিয়াৰ ফলত নিৰ্মাণৰ এদিনৰ পিছতেই মাছৰ বাকলি এৰা দি পথটো এৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ।

BARHAMPUR
ব্লেক ট্রেপিং নে মাছৰ বাকলি ?
author img

By

Published : Jun 11, 2020, 2:19 PM IST

বঢ়মপুৰ, 11 জুনঃ নিৰ্মাণৰ এদিন পাছতে চকলা-চকলে এৰিছে কামপুৰ বগৰিতলৰ পৰা কচুৱা সংযোগী প্ৰায় ৫.৫ কি:মি: দৈর্ঘ্যৰ এটা গড়কাপ্তানী পথটো । স্থানীয় লোকৰ ভাষ্য অনুসৰি, ব্লেক ট্রেপিংৰে পথটো নিৰ্মাণৰ বাবে অনুমোদন দিয়া হৈছিল প্ৰায় 2 কোটি 50 লাখ টকা ৷ কিন্তু পথটো নিৰ্মাণৰ দায়িত্ব প্ৰদান কৰা ঠিকাদাৰ সুভাষ সাহাই পথটো চাফা নকৰাকৈ মাটিতেই ব্লেক ট্রেপিং দিয়াৰ ফলত নিৰ্মাণৰ এদিনৰ পিছতেই মাছৰ বাকলি এৰা দি পথটো এৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । যোৰা টাপলি মাৰি অতি নিম্নমানৰ সামগ্ৰীৰে পথটো নিৰ্মাণ কৰাত ঠিকাদাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় লোক । শীঘ্ৰে পথটো মেৰামতি কৰাৰ দাবী জনাইছে ৰাইজে ৷ উল্লেখ্য যে, বিজেপি চৰকাৰৰ গড়কাপ্তানী বিভাগৰ মন্ত্ৰীগৰাকীয়ে এইসকল ঠিকাদাৰৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে ?

লগতে পঢ়কঃ গোলাঘাটত ব্যাপক হাৰত লুণ্ঠন বনজ সম্পদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.