ETV Bharat / state

কলিয়াবৰত বিয়লি 3 বজালৈ 65.41 শতাংশ ভোটদান সম্পন্ন

author img

By

Published : Mar 27, 2021, 5:06 PM IST

কলিয়াবৰত বিয়লি 3 বজালৈ 65.41 শতাংশ ভোটদান সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে ৷

A_KLBR_polling-continuing-smoothly-around-58-percent-of-polling-observed-at-kaliabor_img_ASC10014
কলিয়াবৰত বিয়লি 3 বজালৈ 65.41 শতাংশ ভোটদান সম্পন্ন

কলিয়াবৰ,27 মাৰ্চ: শনিবাৰে পুৱা 7 বজাৰ পৰা ৰাজ্যত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ কলিয়াবৰতো শান্তিপূৰ্ণভাৱে চলিছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ সমষ্টিটোৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে ভোটাৰ সকলে শান্তিপূৰ্ণভাৱে সাব্যস্ত কৰিছে ভোটাধিকাৰ ৷ ইয়াৰ উপৰিও সমষ্টিটোৰ কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী প্ৰশান্ত শইকীয়াৰ লগতে অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী মুকুল বৰুৱাই ভোটদান কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি সমষ্টিটোত বিয়লি 3 বজালৈ 65.41 শতাংশ ভোটদান সম্পন্ন হৈছে ৷

লগতে পঢ়ক- যুৱ ভোটাৰক আকৰ্ষণৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনৰ ন ন কৌশল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.