ETV Bharat / state

নগাঁৱত ঈদ উদযাপনৰ ক্ষেত্ৰত জাৰি নীতি-নিৰ্দেশনা

এইবাৰ প্ৰত্যেকেই নিজৰ নিজৰ ঘৰত পৰিয়ালৰ লোকৰ সৈতে আদায় কৰিব পাৰিব ঈদৰ নামাজ । ঈদগাহত মাত্ৰ তিনিজন লোকেহে অংশগ্ৰহণ কৰিব পাৰিব ঈদৰ নামাজত । ইয়াৰ উপৰি কোনো ৰাজহুৱা স্থানত দিব নোৱাৰিব কুৰবাণী ৷ কুৰবাণীৰ নামত একগোট হ'ব নোৱাৰিব কোনো লোক ৷

Policy guidelines issued for Eid celebrations in Nagaon
নগাঁৱত ঈদ উদযাপনৰ ক্ষেত্ৰত জাৰি নীতি-নিৰ্দেশনা
author img

By

Published : Jul 29, 2020, 5:27 PM IST

নগাঁও,29জুলাইঃ আগন্তুক ঈদ-উজ-জোহা উদযাপনক লৈ তৎপৰ হৈ পৰিছে নগাঁও জিলা প্ৰশাসন ৷ আজি এই সন্দৰ্ভত জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ সভা। জিলাখনৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ মছজিদৰ ইমাম,ঈদগাহৰ সৈতে জড়িত লোকসকলৰ সৈতে মিলিত হয় জিলা উপায়ুক্ত যাদৱ শইকীয়া ৷ বৈঠকত কৰ'ণা মহামাৰীৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক ঈদ উদযাপনৰ ক্ষেত্ৰত কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে ৷

নগাঁৱত ঈদ উদযাপনৰ ক্ষেত্ৰত জাৰি নীতি-নিৰ্দেশনা

জিলা উপায়ুক্ত যাদৱ শইকীয়াই সাংবাদিকৰ আগত কেতবোৰ নীতি-নিয়মৰ কথা উল্লেখ কৰি কয় যে,এইবাৰ প্ৰত্যেকেই নিজৰ নিজৰ ঘৰত পৰিয়ালৰ লোকৰ সৈতে আদায় কৰিব পাৰিব ঈদৰ নামাজ । ঈদগাহত মাত্ৰ তিনিজন লোকেহে অংশগ্ৰহণ কৰিব পাৰিব ঈদৰ নামাজত। ইয়াৰ উপৰি কোনো ৰাজহুৱা স্থানত দিব নোৱাৰিব কুৰবাণী ৷ কুৰবাণীৰ নামত একগোট হ'ব নোৱাৰিব কোনো লোক ৷ জিলাখনৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে কুৰবাণী আদায় কৰি ঘৰৰ পৰাই পালন কৰিব লাগিব সকলো ধৰ্মীয় নীতি নিয়ম।

লগতে পঢ়কঃবানাতংক অসম : মৃতকৰ সংখ্যা 104 গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.