ETV Bharat / state

নগাঁও আৰক্ষীৰ জালত কুখ্যাত গঁড় চিকাৰী

author img

By

Published : Feb 8, 2020, 11:56 AM IST

চোৰাং চিকাৰীৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ ব্যাপক অভিযান ৷ আৰক্ষীৰ ধাৰাবাহিক অভিযানত জালত পৰিল কুখ্যাত চোৰাং চিকাৰী ৷

POACHER ARRESTED IN NAGAON DISTRICT ASSAM ETV BHARAT NEWS
নগাঁও আৰক্ষীৰ জালত কুখ্যাত গঁড় চিকাৰী
  • চোৰাং চিকাৰীৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান
  • আৰক্ষীৰ জালত কুখ্যাত গঁড় চিকাৰী
  • জখলাবন্ধাৰ হাৰমতিৰ আটক কৰে চোৰাং চিকাৰীটোক
  • মৰণাস্ত্ৰসহ আটক কৰে প্ৰদীপ মোৰাক নামৰ গঁড় চিকাৰীটোক
  • ধৃত গঁড় চিকাৰীৰ পৰা জব্দ দুটা ৰাইফল,৮ জাই সজীৱ গুলী

লগতে চাওকঃ আৰক্ষীৰ জালত মৰিগাঁৱৰ কিশোৰী ধৰ্ষণকাৰী

Intro:Breaking Body:নগাঁও আৰক্ষীৰ জালত কুখ্যাত গঁড় চিকাৰী। জখলাবন্ধাৰ হাৰমতিৰ পৰা নগাঁও আৰক্ষীয়ে মৰণাস্ত্ৰসহ আটক কৰে প্ৰদীপ মোৰাক নামৰ গঁড় চিকাৰীটো। ধৃত গঁড় চিকাৰীৰ পৰা আৰক্ষীয়ে দুটা ৰাইফল, ৮ জাই সজীৱ গুলীও জব্দ কৰিবলৈ সক্ষম হয়। Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.