ETV Bharat / state

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত নগাঁৱৰ মেট্ৰো হাস্পতাল

author img

By

Published : Sep 22, 2022, 10:33 PM IST

Updated : Sep 22, 2022, 10:58 PM IST

পুনৰ উত্তপ্ত পৰিস্থিতি নগাঁৱৰ মেট্ৰো হাস্পতালত (Tense situation in Nagaon Metro Hospital) ৷ ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তাল ব্যক্তিগত চিকিৎসালয়খনৰ চৌহদ ৷ চিকিৎসকৰ বিৰুদ্ধে ভুল চিকিৎসাৰ অভিযোগ পৰিয়ালৰ লোকৰ (Patients died in Metro Hospital) ৷

Patients died in Metro Hospital  in Nagaon
ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত নগাঁৱৰ মেট্ৰো হাস্পতাল
  • পুনৰ উত্তপ্ত পৰিস্থিতি নগাঁৱৰ মেট্ৰো হাস্পতালত (Tense situation in Nagaon Metro Hospital)
  • ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তাল ব্যক্তিগত চিকিৎসালয়খনৰ চৌহদ
  • চিকিৎসকৰ বিৰুদ্ধে ভুল চিকিৎসাৰ অভিযোগ পৰিয়ালৰ লোকৰ (Patients died in Metro Hospital)
  • চাৰিদিন পূৰ্বে ভৰ্তি কৰোৱা হৈছিল জুৰীয়াৰ শালপাৰাৰ পাৰবিন চুলতানা নামৰ এগৰাকী মহিলাক
  • বৃহস্পতিবাৰে চিকিৎসালয়তে মৃত্যু হয় মহিলাগৰাকীৰ
  • চিকিৎসালয়খন বন্ধ কৰি দিয়াৰ দাবী নিহত মহিলাগৰাকীৰ আত্মীয়ৰ

Last Updated : Sep 22, 2022, 10:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.