ETV Bharat / state

হত্যা নে আত্মহত্যা ? - nagaon paper mill

ডিঙিত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ জাগীৰোডৰ নগাঁও কাগজকলৰ বিষয়াৰ অৰ্ধগলিত মৃতদেহ

হত্যা নে আত্মহত্যা ?
author img

By

Published : Apr 29, 2019, 5:53 PM IST

জাগীৰোড,29 এপ্ৰিলঃ জাগীৰোডস্থিত নগাঁও কাগজকলৰ ছিনিয়ৰ হোষ্টেলৰ এটা কোঠাত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ ৷ হোষ্টেলটোৰ পৰা দুৰ্গন্ধ নিৰ্গত হোৱাত স্থানীয়লোকে অনুসন্ধান চলাই উদ্ধাৰ কৰে মৃতদেহটো ৷ উদ্ধাৰহোৱা মৃতদেহটো কাগজকলটোৰ বিষয়া বিশ্বজিৎ মজুমদাৰ ( ৫৮ ) বুলি জানিব পৰা গৈছে ৷

ডিঙিত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ জাগীৰোডৰ নগাঁও কাগজকলৰ বিষয়াৰ অৰ্ধগলিত মৃতদেহ

বিষয়াজনৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ ৷ দীৰ্ঘদিন ধৰি দৰমহা বন্ধ হৈ থকাত কাগজকলটোৰ বিষয়াজনে মানসিক ভাৱে হতাশগ্ৰস্ত হৈ আত্মহত্যাৰ পথ বাচি লোৱা বুলি সন্দেহ কৰা হৈছে । উল্লেখযোগ্য যে,চৰকাৰী বঞ্চনাৰ বলি হৈ ৰাজ্যখনৰ এই বৃহৎ কাগজ কলটোৰ সহস্ৰাধিক বিষয়া,কৰ্মচাৰী তথা শ্ৰমিক সকলে যোৱা ২৫ মাহ ধৰি লাভ কৰা নাই প্ৰাপ্য দৰমহা ৷

Intro:জাগীৰোডৰ নগাঁও কাগজ কলত বিষয়াৰ আত্মহত্যাৰ সন্দেহ । বিশ্বজিৎ মজুমদাৰ ( ৫৮ ) নামৰ বিষয়াজনে সংঘটিত কৰে এই ঘটনা Body:Jagiroad one suicide at paper mill.... 29/4/19

Anchor.... জাগীৰোডৰ নগাঁও কাগজ কলত বিষয়াৰ আত্মহত্যাৰ সন্দেহ । বিশ্বজিৎ মজুমদাৰ ( ৫৮ ) নামৰ বিষয়াজনে সংঘটিত কৰে এই ঘটনা । বিষয়াজনৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ । কলটোৰ ছিনিয়ৰ হোষ্টেলৰ এটা কোঠাত উদ্ধাৰ হৈছে মজুমদাৰৰ অৰ্ধগলিত মৃতদেহ । হোষ্টেলটোৰ কোঠাত আবদ্ধ হৈ থকা মৃতদেহটোৰ পৰা দুৰ্গন্ধ নিৰ্গত হোৱাত স্থানীয়লোকে অনুসন্ধান কৰি উদ্ধাৰ কৰে মৃতদেহটো । বিষয়াজনৰ এনে ঘটনাত কাগজ কলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দীৰ্ঘদিনধৰি দৰমহা বন্ধ হৈ থকাত কাগজকলটোৰ বিষয়াজনে মানসিক হতাশগ্ৰস্ত হৈ এই ঘটনা সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে । চৰকাৰী বঞ্চনাৰ বলি হৈ ৰাজ্যখনৰ এই বৃহৎ কাগজ কলটোৰ সহস্ৰাধিক বিষয়া , কৰ্মচাৰী তথা শ্ৰমিক সকলে যোৱা ২৫ মাহ ধৰি লাভ কৰা নাই প্ৰাপ্য দৰমহা । তাকে লৈ বিষয়া-কৰ্মচাৰী আৰু পৰিয়ালবৰ্গৰ মাজত সৃষ্টি হৈ আহিছে হাহাকাৰ পৰিস্থিতিৰ । উল্লেখযোগ্য যে বিষয়াজনৰ পৰিয়ালবৰ্গ থাকে কলকাতাত ।

Reporter.Champak Deka.Jagiroad .Conclusion:চৰকাৰী বঞ্চনাৰ বলি হৈ ৰাজ্যখনৰ এই বৃহৎ কাগজ কলটোৰ সহস্ৰাধিক বিষয়া , কৰ্মচাৰী তথা শ্ৰমিক সকলে যোৱা ২৫ মাহ ধৰি লাভ কৰা নাই প্ৰাপ্য দৰমহা ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.