ETV Bharat / state

অনলাইনত ক্ৰয় কৰা ম’বাইল বিক্ৰী অন্য লোকক ! - জেহিৰুল তালুকদাৰক আটক

অনলাইনত অডাৰ দিয়া ম’বাইল বিক্ৰী অন্য লোকলৈ ৷ প্ৰকৃত গ্ৰাহকক ম'বাইল নিদিয়াকৈ অন্য প্ৰতিষ্ঠানক বিক্ৰী ৷

Online Mobile Shopping scandal at Jokjolabandha

author img

By

Published : Jul 31, 2020, 5:09 AM IST

নগাঁও, 31 জুলাই : জখলাবন্ধাৰ জেহিৰুল তালুকদাৰৰ দোকানৰ পৰা বিক্ৰী অনলাইন যোগে ক্ৰয় কৰা ম’বাইল ফোন ৷ ডেলিভাৰী কোম্পানীৰ পৰা এজন গ্ৰাহকে অৰ্ডাৰ দিয়া ৰিয়েলমি 5i ম'বাইল প্ৰকৃত গ্ৰাহকে লাভ কৰাৰ বিপৰীতে জখলাবন্ধাৰ ম'বাইল অৰ্কেড দোকানৰ পৰা বিক্ৰী অন্য গ্ৰাহকলৈ ৷

অৰ্কেড্ নামৰ দোকানখনে ৰিয়েলমি 5i ম'বাইলটো বিক্ৰী কৰে ভূৰবন্ধাৰ এজন লোকক । প্ৰকৃত গ্ৰাহকে অনলাইন যোগে ম'বাইলৰ মূল্য পৰিশোধ কৰাৰ পিছটো ম’বাইল নোপোৱাত অনলাইন কোম্পানীটোত অভিযোগ দাখিল কৰাত পোহৰলৈ আহে ভয়ংকৰ তথ্য ৷

অনলাইনত ক্ৰয় কৰা ম’বাইল বিক্ৰী অন্য লোকক !

আৰক্ষীৰ সহায়ত অনলাইন বিক্ৰয় প্ৰতিষ্ঠানখনে ম’বাইলটোৰ আই.এম.ই.আই. নম্বৰ ট্ৰেক কৰি ভূৰবন্ধাৰ গ্ৰাহক জনৰ পৰা উদ্ধাৰ কৰে ম'বাইলটো । চুৰি ম’বাইল বৈধ কৰি বিক্ৰী কৰা অপৰাধত এতিয়া জখলাবন্ধাৰ ম'বাইল অৰ্কেড দোকানখনৰ স্বতাধিকাৰী জেহিৰুল তালুকদাৰক আটক কৰে উলুৱনী আৰক্ষীয়ে । আৰক্ষীয়ে ডেলিভাৰী বয় তথা ম'বাইলটো জখলাবন্ধাৰ অৰ্কেড প্ৰতিষ্ঠানটোক বিক্ৰী কৰা অৰূপৰ সন্ধানত অব্যাহত ৰাখিছে অনুসন্ধান ।

লগতে চাওক-নগাঁৱত বন বিভাগৰ অভিযানত চোৰাং কাঠ ভৰ্তি বাহন জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.