নগাঁও, 7 এপ্ৰিলঃ বিধায়ক অমিনুল ইছলামে কেবাটাও বিস্ফোৰক মন্তব্য কৰা বিশেষ অডিঅ' ক্লিপৰ ভিত্তিত বিধায়কগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল কপিঞ্জল শৰ্মা নামৰ নগাঁৱৰ এগৰাকী ব্যক্তিয়ে । এই এজাহাৰৰ ভিত্তিত নগাওঁ আৰক্ষীয়ে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে বিধায়ক অমিনুল ইছলামক। সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত গোচৰ ৰুজু কৰি নগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধিং সমষ্টিৰ এ আই ইউ ডি এফ দলৰ বিধায়ক অমিনুল ইছলামক।
কপিঞ্জল শৰ্মাৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ বিধায়ক অমিনুল ইছলাম - কপিঞ্জল শৰ্মাৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ বিধায়ক অমিনুল ইছলাম
সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত গোচৰ ৰুজু কৰি নগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধিং সমষ্টিৰ এ আই ইউ ডি এফ দলৰ বিধায়ক অমিনুল ইছলামক ।

অমিনুল ইছলাম
নগাঁও, 7 এপ্ৰিলঃ বিধায়ক অমিনুল ইছলামে কেবাটাও বিস্ফোৰক মন্তব্য কৰা বিশেষ অডিঅ' ক্লিপৰ ভিত্তিত বিধায়কগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল কপিঞ্জল শৰ্মা নামৰ নগাঁৱৰ এগৰাকী ব্যক্তিয়ে । এই এজাহাৰৰ ভিত্তিত নগাওঁ আৰক্ষীয়ে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে বিধায়ক অমিনুল ইছলামক। সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত গোচৰ ৰুজু কৰি নগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধিং সমষ্টিৰ এ আই ইউ ডি এফ দলৰ বিধায়ক অমিনুল ইছলামক।
কপিঞ্জল শৰ্মাৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ বিধায়ক অমিনুল ইছলাম

TAGGED:
Fir against aminul