ETV Bharat / state

Buffalo Attacked at Kaliabor: কলিয়াবৰত বনৰীয়া ম’হৰ আক্ৰমণত এজনৰ মৃত্যু

বুঢ়াপাহাৰ চাহ বাগিচাত সংঘটিত হৈছে এক কৰুণ ঘটনা ৷ বনৰীয়া ম'হৰ আক্ৰমণত বুঢ়াপাহাৰ চাহ বাগিচাৰ(Burapahar Tea Estate) এজন শ্ৰমিকৰ মৃত্যু (Buffalo attacked at Kaliabor) ৷

One Man dies in Buffalo attact at  Kaliabor Nagaon
কলিয়াবৰত বনৰীয়া ম’হৰ আক্ৰমণত এজনৰ মৃত্যু
author img

By

Published : Aug 1, 2022, 5:25 PM IST

কলিয়াবৰ, 1 আগষ্ট: বুঢ়াপাহাৰ চাহ বাগিচাত সংঘটিত হৈছে এক কৰুণ ঘটনা ৷ বনৰীয়া ম'হৰ আক্ৰমণত বুঢ়াপাহাৰ চাহ বাগিচাৰ এজন শ্ৰমিকৰ মৃত্যু হয় (Buffalo attacked at Kaliabor) ৷ বাগিচাত কৰ্মৰত অৱস্থাত শ্ৰমিকজনক বনৰীয়া ম'হটোৱে খেদি খেদি আক্ৰমণ কৰাৰ ফলত মৃত্যুমুখত পৰে শ্ৰমিকজন (One Man dies in Buffalo attack) ৷

মৃত শ্ৰমিকজন নিগ্ৰো ওৰাং বুলি জানিব পৰা গৈছে ৷ ঘটনাটো সংঘটিত হোৱাৰ পাছতে চাহ শ্ৰমিকসকল ক্ষোভিত হৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (Kaziranga National Park) কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে বুঢ়াপাহাৰ চাহ বাগিচাৰ (Burapahar Tea Estate) প্ৰায় দুই শতাধিক শ্ৰমিকে নেহৰু বস্তিত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে বুঢ়াপাহাৰ খণ্ড বনবিষয়া কাৰ্যালয ঘেৰাও কৰে (Tea workers protest at Kaliabor) ৷

কলিয়াবৰত বনৰীয়া ম’হৰ আক্ৰমণত এজনৰ মৃত্যু

ইফালে, শ্ৰমিকসকলৰ প্ৰতিবাদৰ ফলত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কিছুসময়ৰ বাবে যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰে ৷ ফলত উজনিৰ পৰা গুৱাহাটী অভিমুখে আহি থকা মন্ত্ৰী অতুল বৰাৰ কনভয় ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ পৰে (Minister Atul Bora's convoy stranded on NH-15) ৷ সেইসময়ছোৱাতে মন্ত্ৰীগৰাকীয়ে গাড়ীৰ পৰা নামি আহি বনবিভাগ-চাহ শ্ৰমিকৰ সৈতে কথা-বতৰা পাতি সমগ্ৰ ঘটনাৰ বুজ লয় ৷

লগতে পঢ়ক: Woman found alive after murdered by husband: সুদীৰ্ঘ 13 বছৰৰ অন্তত জী উঠিল মৃত মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.